সকলো চাকৰিৰ বাবে প্ৰযোজ্য হ’ব হাইস্কুল শিক্ষান্ত-উচ্চ মাধ্যমিকৰ মাৰ্কশ্বিট

schoolgirls k7hF

■ মূল্যাংকনৰ পাঁচ নম্বৰ দফা প্ৰত্যাহাৰ ।
■ সকলো চাকৰিৰ বাবেই প্ৰযোজ্য হ’ব হাইস্কুল শিক্ষান্ত- আৰু উচ্চ মাধ্যমিকৰ মাৰ্কশ্বিট ।
■কেৱল মূল্যায়নৰ ভিত্তিতে ফলাফল ।
■ ৰেংকিং নাথাকিলেও থাকিব ষ্টাৰ আৰু ডিষ্টিংচন ।
■ শিক্ষকৰ চাকৰিৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ।
■ আছু, এবছু, এজেৱাইচিপি-ৰ স’তে হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Exit mobile version