Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

উত্তৰপ্ৰদেশত দুই সন্তান নীতি

দুটাতকৈ অধিক সন্তান থকা সকলে লাভ নকৰিব ৰাজ্য চৰকাৰৰ সুবিধা

publisher by publisher
July 11, 2021
in India, News
Reading Time: 1 min read
0
উত্তৰপ্ৰদেশত দুই সন্তান নীতি
6
SHARES
59
VIEWS
ShareShareShareShare

উত্তৰপ্ৰদেশটো প্ৰণয়ন কৰা হ’ব দুই সন্তান নীতি । আইন অনুসৰি, কোনো ব্যক্তিৰ দুটাতকৈ বেছি সন্তান থাকিলে ৰাজ্যৰ চৰকাৰী সুযোগ লাভ নকৰিব ।

ADVERTISEMENT

উত্তৰপ্ৰদেশৰ আইন কমিছনে এক জনসংখ্যা নিয়ন্ত্ৰণ বিলৰ খচৰা প্ৰকাশ কৰিছে । ইয়াত কোৱা হয়, দুই সন্তান নীতিৰ অৱমাননা কৰিলে চৰকাৰী প্ৰকল্পৰ সুবিধা লাভ নকৰিব । ৰেচন কাৰ্ডৰ ইউনিট চাৰিজন সদস্যৰ ভিতৰতে সীমাবদ্ধ কৰা হ’ব । দুটাতকৈ বেছি সন্তান থকা লোকে স্থানীয় ভোটটো প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব । ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব । চৰকাৰী কৰ্মচাৰীসকলে দুই সন্তান নীতি অৱলম্বন নকৰিলে পদোন্নতি লাভ নকৰিব । ইয়াৰ বিপৰীতে দুই বা তাতোকৈ কম সন্তান থকাসকলে বিভিন্ন ধৰণৰ ‘পুৰষ্কাৰ’ লাভ কৰিব ।

RelatedPosts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

ভুৱা খবৰ প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিক

তাৎপৰ্যপূৰ্ণ যে, এই খচৰা বিলত পুৰুষ আৰু নাৰীৰ বন্ধ্যাকৰণ অস্ত্ৰোপচাৰত উৎসাহ দিয়া হৈছে বুলি ৰাজ্য আইন কমিছনৰ মুৰব্বী এ এন মিত্তলে জনায় । বন্ধ্যাকৰণ কৰালে পুৰস্কাৰ দিয়া হ’ব বুলিও কোৱা হৈছে বিলত ।

‘উত্তৰপ্ৰদেশ জনসংখ্যা (নিয়ন্ত্ৰণ, স্থিতিকৰণ আৰু উন্নয়ন) বিল, ২০২১’ৰ খচৰা নিজৰ ৱেবছাইটত প্ৰকাশ কৰি ১৯ জুলাইৰ ভিতৰত মতামত বিচৰিছে ৰাজ্য আইন কমিছনে । কোৱা হয়, উত্তৰপ্ৰদেশত প্ৰাকৃতিক আৰু আৰ্থিক সম্পদ সীমিত । সকলোৰে বাবে খাদ্য, পানী, বাসস্থান, বিদ্যুৎ, শিক্ষা আৰু জীৱনধাৰণৰ সুযোগৰ ন্যূনতম ব্যৱস্থা কৰা প্ৰয়োজনীয় । যথাযথ বণ্টনৰ মাধ্যমত স্থায়ী উন্নয়নৰ স্বাৰ্থত জনসংখ্যা নিয়ন্ত্ৰণ আৰু স্থিতিকৰণ প্ৰয়োজনীয় ।

খচৰা বিল অনুযায়ী, দুটা সন্তানৰ পাছত নিজৰ বা জীৱন ‌সংগীৰ বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ কৰা কৰ্মচাৰীসকলে কৰ্মজীৱনত দুবাৰ বেতন বৃদ্ধিৰ সুযোগ লাভ কৰিব । ভূমি-গৃহ ক্ৰয় কৰিবলৈ ৰাজ সাহায্য আৰু স্বল্প সুদত ঋণ লাভ কৰিব । পানী, বিদ্যুৎ বা গৃহৰ কৰ দিয়াৰ সময়ত ৰিবেট লাভ কৰিব । অতিৰিক্ত তিনি শতাংশ ইপিএফ-ৰ সুবিধা লাভ কৰিব । জীৱনসংগীৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা বীমা থাকিব । অতিৰিক্ত চাৰিবাৰ বেতন বৃদ্ধি হ’ব ।

একমাত্ৰ সন্তানৰ বয়স ২০ বছৰ নোহোৱা পৰ্যন্ত তেওঁ বিনামূল্যে স্বাস্থ্য সেৱা আৰু বীমাৰ সুবিধা পাব । শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব, স্নাতকলৈঅএ বিনামূলীয়াভাৱে পঢ়াৰ সুবিধা লাভ কৰিব । একমাত্ৰ কন্যা সন্তানে উচ্চ শিক্ষাৰ বাবে বৃত্তি লাভ কৰিব । বেচৰকাৰী কাৰ্যালয়ত সংস্থাপিত হৈ থকা সকলেও এই নীতি মানি চলিলে একেই সুবিধা লাভ কৰিব । বিৰোধীৰ একাংশই অভিযোগ কৰিছে যে, বিশেষ এক সম্প্ৰদায়ক লক্ষ্য কৰিবৰ বাবেই বিভিন্ন ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণৰ নীতি জাপি দিছে বিজেপিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Yogi Adityanath
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d