Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

কংগ্ৰেছে প্ৰথমতে নিজৰ শাসিত ৰাজ্যসমূহত পেট্ৰল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰক, তাৰ পাছত বাকী ৰাজ্যক প্ৰশ্ন কৰিব : মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
July 12, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
কংগ্ৰেছে প্ৰথমতে নিজৰ শাসিত ৰাজ্যসমূহত পেট্ৰল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰক, তাৰ পাছত বাকী ৰাজ্যক প্ৰশ্ন কৰিব : মন্ত্ৰী পীযুষ হাজৰীকা
3
SHARES
34
VIEWS
ShareShareShareShare

“বিৰোধী দলে প্ৰথমতে কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলৰ দ্বাৰা শাসিত ৰাজ্যসমূহৰ পেট্ৰল ডিজেলৰ মূল্যৰ খবৰ ৰাখক, তাৰ পাছত বিজেপি শাসিত অসমৰ কথা কওঁক”, অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা অসম চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই সংবাদ মাধ্যমক উদ্দেশ্যি আজি এই ব্যক্তব্য প্ৰকাশ কৰে । বিধানসভা অধিবেশনৰ প্ৰথম দিনাই ৰাজ্যত পেট্ৰল আৰু ডিজেলৰ মূল্যক লৈ বিৰোধী দলৰ সদস্যসকল বিধানসভাৰ মজিয়াত সৰৱ হোৱাৰ ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাটো আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰে ।

ADVERTISEMENT

মন্ত্ৰীগৰাকীয়ে আৰু প্ৰকাশ কৰে যে ভাৰতৰ প্ৰতিখন চৰকাৰে বিগত বছৰত পেট্ৰল ডিজেলৰ ওপৰত ক’ভিড কৰ লগোৱাৰ পাছত অসমেই আছিল প্ৰথমখন ৰাজ্য যি পেট্ৰল আৰু ডিজেলৰ ওপৰত লগোৱা ক’ভিড কৰ উঠাই লৈছিল । আনহাতে, কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দল শাসিত ৰাজ্যকেইখনমানৰ আজিৰ তাৰিখত পেট্ৰল আৰু ডিজেলৰ মূল্যৰ কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, আজিৰ তাৰিখত কংগ্ৰেছ আৰু তেঁওলোকৰ মিত্ৰ দলৰ শাসিত ৰাজ্য মহাৰাষ্ট্ৰৰ মুম্বাইত পেট্ৰল আৰু ডিজেলৰ দাম হৈছে ক্ৰমে ১০৭.২০ টকা আৰু ৯৭.২৯ টকা, অৰবিন্দ কেজৰিৱালৰ আম আদমী দলৰ শাসিত ৰাজ্য দিল্লীত ক্ৰমে ১০১.১৯ আৰু ৮৯.৭২ টকা, কংগ্ৰেছ শাসিত ৰাজ্য ৰাজস্থানৰ জয়পুৰত পেট্ৰল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ১০৮.০৩ আৰু ৯৮.৮৫ টকা, মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শাসিত ৰাজ্য পশ্চিমবংগৰ কলকাতাত আজিৰ তাৰিখত পেট্ৰল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ১০১.৩৫ আৰু ৯২.৮১ টকা ।

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

আনহাতে ইয়াৰ বিপৰীতে আজিৰ তাৰিখত অসমৰ গুৱাহাটী চহৰত পেট্ৰল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ৯৬.৯৮ আৰু ৮৯.০৫ টকা যি তুলনামূলকভাৱে উল্লিখিত আন ৰাজ্য কেইখনতকৈ কম । এই পৰিসংখ্যা দাঙি ধৰি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে, “বিৰোধী দলৰ বিধায়কসকলে আমাক প্ৰশ্ন কৰাৰ আগতে তেঁওলোকৰ মিত্ৰদলসমূহৰ দ্বাৰা শাসিত ৰাজ্য কেইখনত পেট্ৰল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ কওক ।”

মন্ত্ৰী পীযুষ হাজৰীকাই লগতে বিগত দশকত যি হাৰত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে, সেয়াও প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ১৯৭৯ ৰপৰা ১৯৮৬ চনলৈ পেট্ৰল ডিজেলৰ মূল্যৰ বৃদ্ধিৰ হাৰ আছিল ১১০ শতাংশ, ১৯৮৬ ৰপৰা ১৯৯৩ চনলৈ এই হাৰ আছিল ১২০ শতাংশ, ১৯৯৩ ৰপৰা ২০০০ চনলৈ আছিল ৬০ শতাংশ, ২০০০ ৰপৰা ২০০৭ চনলৈ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ হাৰ আছিল ৭০ শতাংশ, ২০০৭ ৰপৰা ২০১৪ চনলৈ এই হাৰ আছিল ৬০ শতাংশ, আনহাতে ২০১৪ চনৰ পৰা ২০২১ চনলৈ পেট্ৰল ডিজেলৰ বৃদ্ধিৰ হাৰ হৈছে মাত্ৰ ৩০ শতাংশ ।

এই মূল্যবৃদ্ধিৰ হাৰ ২০১৪ চনৰ পৰা ২০২১ চনলৈ, যিখিনি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতত বিজেপি চৰকাৰ চলি আছে সেই সময়ত আটাইতকৈ কম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এই ক্ষেত্ৰত শতাংশ হিচাপত বিজেপি চৰকাৰৰ দিনত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আটাইতকৈ কমকৈ হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক ৰাইজক বিপথে পৰিচালনা নকৰিবলৈ আহ্বান জনায় ।

আনহাতে, বিধানসভা পৰিচালনাৰ ক্ষেত্ৰত পৰম্পৰা আৰু নীতি কোনটোক অগ্ৰাধিকাৰ দিয়া হ’ব সেই বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পীযুষ হাজৰীকাই উলেখ কৰে যে, বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ ওপৰত নিৰ্ভৰ কৰি সময়ে সময়ে পৰম্পৰা সলনি হৈ আহিছে । মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে বিগত সময়ত চলি থকা পৰম্পৰাৰ সলনি অধ্যক্ষ মহোদয়ে নীতি অনুসৰিও বিধানসভা চলাব পাৰে, এই ক্ষেত্ৰত বিধায়কসকলে তেওঁক প্ৰচলিত পৰম্পৰাৰ কথা প্ৰকাশ কৰিব পাৰে কিন্তু তেওঁ ভুল কৰিছে বুলি কোনেও অভিযোগ কৰিব নোৱাৰে ।

আনহাতে, চৰকাৰে বিধানসভাৰ কাম কাজত হস্তক্ষেপ কৰিছে বুলি বিধায়ক অখিল গগৈয়ে কৰা অভিযোগৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে, বিধায়ক হিচাপে অখিল গগৈ নতুন আৰু তেওঁ বিধানসভাৰ পৰম্পৰা তথা নীতি নিয়মসমূহৰ বিষয়ে ভালদৰে জ্ঞাত নোহোৱাকৈ তেনে অভিযোগ দিয়াটো ভুল কথা । বিধায়ক হিচাপে অখিল গগৈক অন্ততঃ এখন অধিবেশনত ভাগ লৈ বিধানসভাৰ পৰম্পৰা তথা নীতি নিয়মসমূহ ভালদৰে জানি ল’বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pijush Hazarika
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d