তামিলনাডুত দ্বিতীয় মহাকাশ বন্দৰ নিৰ্মাণ ইছৰ’ৰ

isro gslv 20181114 1593399635

দেশত দ্বিতীয়টো মহাকাশ বন্দৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিলে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰ’ৱে ।

তামিলনাডুৰ কুলশেখৰপট্টিনামত এই মহাকাশ বন্দৰটো নিৰ্মাণ কৰা হ’ব । দেশৰ ত দ্বিতীয়টো মহাকাশ বন্দৰ নিৰ্মাণ কৰাৰ বাবে তামিলনাডুৰ এই অঞ্চলত ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ হৈছে ।

বৰ্তমানে দেশত ইছৰ’ৰ এটাই মহাকাশ বন্দৰ আছে । অন্ধ্ৰপ্ৰদেশৰ নেল্লুৰ জিলাৰ শ্ৰীহৰিকোটা দ্বীপত ইছৰ’ৰ একমাত্ৰ মহাকাশ বন্দৰটো অৱস্থিত । ২০০২ত এই মহাকাশ বন্দৰৰ নাম ইছৰ’ৰ প্ৰাক্তন অধ্যক্ষ সতীশ ধাৱানৰ নামেৰে নামাকৰণ কৰা হৈছিল ।

Exit mobile version