Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বৃদ্ধি পাইছে এণ্টিব’ডী, ছেৰ’ সমীক্ষা

publisher by publisher
July 21, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
বৃদ্ধি পাইছে এণ্টিব’ডী, ছেৰ’ সমীক্ষা
4
SHARES
40
VIEWS
ShareShareShareShare

ছয় বছৰ বয়সৰ ঊৰ্ধ্বৰ জনসংখ্যাৰ প্ৰায় ৬৭.৬ শতাংশৰ শৰীৰত ক’ভিডৰ বিৰুদ্ধে যুঁজিব পৰা এণ্টিব’ডীৰ সন্ধান পোৱা গৈছে ভাৰতত । এই সংখ্যা সমগ্ৰ দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ । কৰ’না সংক্ৰমণৰ দ্বিতীয় ঢৌৰ পাছত মূলতঃ জুন-জুলাইত এই সমীক্ষা কৰা হয় দেশজুৰি । কিন্তু সংক্ৰমণ নে প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে এই এণ্টিব’ডী তৈয়াৰ হৈছে সঠিকভাৱে জনাব পৰা নাই ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ (আইচিএম‌আৰ)ৰ চতুৰ্থ ছেৰ’ সমীক্ষাই ।

ADVERTISEMENT

এইবাৰৰ তেজ পৰীক্ষাৰ দ্বাৰাই দুয়োটা বিষয় স্পষ্ট । প্ৰথমতে, কৰ’নাৰ দ্বিতীয় ঢৌত জ্যেষ্ঠসকলৰ লগতে সৰুসকলো সমানে আক্ৰান্ত হৈছে । দ্বিতীয়তে, জনবসতিত কৰ’নাৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা (হাৰ্ড ইমিউনিটী) ক্ৰমশঃ বৃদ্ধি পাইছে । বিজ্ঞানীসকলৰ অনুসৰি, জনবসতিত ৭০ শতাংশৰ পৰা ৮০ শতাংশ মানুহৰ হাৰ্ড ইমিউনিটী তৈয়াৰ হৈ গ’লে অন্যান্যৰ দৰে এই ৰোগো সাধাৰণ হৈ পৰিব । যোৱা জানুৱাৰীত প্ৰথম ঢৌত দেশৰ ২৮ শতাংশ লোক কৰ’নাত আক্ৰান্ত হৈছিল । জুন-জুলাইত কৰা সমীক্ষাৰ পৰা স্পষ্ট যে, দেশৰ বিভিন্ন প্ৰান্তত তলাবন্ধ জাৰি কৰাৰ স্বত্বেও সংক্ৰমণ হৈছিল ।

RelatedPosts

অত্যধিক নিমখ খাই নিঃশব্দে মহামাৰী মাতিছে ভাৰতীয় লোকে

Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক

ICMR To Send Medicines With Drone: ড্ৰ’নৰে দুৰ্গম অঞ্চললৈ ঔষধ প্ৰেৰণ  !

সংক্ৰমণৰ তৃতীয় ঢৌ দুৱাৰদলিত । স্বাস্থ্যকৰ্মীসকলে কয়, ছেৰ’ সমীক্ষাৰ পৰা স্পষ্ট যে, এতিয়াও দেশৰ প্ৰায় ৪০ কোটি লোক ক’ভিডত আক্ৰান্ত হোৱাৰ পৰিস্থিতিত আছে । আজি আইচিএম‌আৰৰ প্ৰধান বলৰাম ভাৰ্গৱে কয়, জনবসতিত ৬৭ শতাংশৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱা অন্ধকাৰত ৰশ্মিৰ সদৃশ । দেশে হাৰ্ড ইমিউনিটীৰ দিশত আগবাঢ়িলেও যাতে ক’ভিড বিধি উলংঘন নকৰে বুলি সতৰ্কবাণী দিয়ে ভাৰ্গৱে । তেওঁৰ মতে, ছেৰ’ সমীক্ষা অনুযায়ী দেশৰ ৪০ কোটি লোক যিকোনো সময়ত ক’ভিডত আক্ৰান্ত হ’ব পাৰে । সেয়ে তৃতীয় ঢৌৰ আগতে সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব দেশবাসীয়ে ।

২১খন ৰাজ্যৰ ৭০খন জিলাৰ ২৮,৯৭৫ জনৰ ওপৰত চতুৰ্থ পৰ্যায়ৰ ছেৰ’ সমীক্ষা কৰিছিল আইচি‌এম‌আৰে । এই সমীক্ষাত ৰক্ত সংগ্ৰহ কৰা হৈছিল ৭,২৫২জন স্বাস্থ্যকৰ্মীৰ পৰাও । সমীক্ষাত ৮৫ শতাংশ স্বাস্থ্যকৰ্মীসকলৰ এণ্টিব’ডী পোৱা গৈছে । মুঠ স্বাস্থ্যকৰ্মীসকলৰ ১০.৫ শতাংশ সমীক্ষাত জনোৱা হয় যে, তেওঁলোকে এই পৰ্যন্ত প্ৰতিষেধক গ্ৰহণ কৰা নাই ।

প্ৰথম তিনিটা ছেৰ’ সমীক্ষা যিকেইটা অঞ্চলত কৰা হৈছিল, চতুৰ্থ সমীক্ষাত সেই অঞ্চলসমূহৰ পৰাই নমুনা সংগ্ৰহ কৰা হয় । এইবাৰৰ সমীক্ষাত পুনপ্ৰথমবাৰৰ বাবে ছবছৰৰ ঊৰ্ধ্বৰ শিশুসকলক অন্তৰ্ভুক্ত কৰা হৈছিল । সমীক্ষাত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত ৪৫-৬০ বছৰ বয়সৰসকল আটাইতকৈ বেছি সংক্ৰমিত হৈছে ।

৬২.২ শতাংশৰ এই পৰ্যন্ত টিকাকৰণ হোৱা নাই । প্ৰতিষেধক প্ৰাপকসকলৰ ভিতৰত ২৪.৮ শতাংশই প্ৰথম পালি আৰু ১৩ শতাংশই দ্বিতীয় পালি লাভ কৰিছে । ৬-১২ বছৰ বয়সৰ শিশু আৰু অল্পবয়সীসকলৰ ভিতৰত কৰ’না আক্ৰান্ত হোৱাৰ হাৰ ৫৭.২ শতাংশ । সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে, চহৰ-গাঁও বা মহিলা-পুৰুষৰ সংক্ৰমণৰ হাৰ প্ৰায় সমান ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ICMRSero Survey
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d