★ চূণত প্ৰচুৰ পৰিমানে কেলচিয়াম আৰু ভিটামিন বি থাকে । কেলচিয়ামৰ অভাৱত হব পৰা সকলো ৰোগ চূণ খালে ভাল হৈ যায় ।
★ গাত যিকোনো ঠাইত টেমুনা হলে চূণ খালে ভাল হয় ।
★ মহিলাসকলৰ স্তনত হোৱা টেমুনা বা গুটি চূণ খালে নোহোৱা হয় ।
★ হাত ভৰি দুৰ্বল হোৱা , খোজ থৰক বৰক কৰা আদিত চূণ খালে উপকাৰ পায় ।
★ ভৰি ফুলি গৈ হাতীৰ নিচিনা হোৱা , যিটো ৰোগক হাতীৰ ভৰি হোৱা বুলিও কোৱা হয় , চূণ খালে ঠিক হয় ।
★ শিশু সকলৰ হাত ভৰি বিষ হোৱা আদিত চূণ খুৱাব পাৰে ।
★ পেটত হোৱা পেলু ধ্বংস কৰাৰ বাবেও চূণ খুৱাব পাৰে ।
★ অকস্মাত হোৱা বমি বন্ধ কৰাৰ বাবে চুনৰ পানী খাব পাৰে ।
★ কঁকালৰ বিষ , আঁঠুৰ বিষ , ৰাজহাড়ৰ বিষ আদি সকলোতে চূণ চূণ খালে বহুত উপকাৰী ।