কোৱাৰ্টাৰ ফাইনেলত সমাপ্ত হ’ল ভাৰতৰ পূজা ৰাণীৰ ২০২০ অলিম্পিক যাত্ৰা

E7nkGIgVEAI7k4C

চীনৰ বক্সাৰ লি কিয়ানৰ স’তে কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দিতা কৰিছিল ভাৰতৰ পূজা ৰাণী । লিৰ দ্বাৰা পৰাজিত হয় পূজা ।

৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰিছিল ভাৰতীয় বক্সাৰগৰাকীয়ে ।

৫-০ ব্যৱধানত পৰাজিত হয় পূজা ।

ছেমি ফাইনেলত স্থান দখল কৰিলে লি কিয়ানে ।

Exit mobile version