ব্ৰিটেইনৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে আবেদন জনোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা চলিত বৰ্ষত যথেষ্ট বৃদ্ধি পালে ।
ADVERTISEMENT
২০০১ শিক্ষা বৰ্ষত ব্ৰিটেইনৰ উচ্চ শিক্ষানুষ্ঠানসমূহে ৩,২০০ ভাৰতীয় ছাত্ৰৰ নামভৰ্তিৰ আবেদন স্বীকাৰ কৰিলে ।
উল্লেখ্য যে যোৱা বছৰৰ তুলনাত ব্ৰিটিছ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ভাৰতীয় ছাত্ৰৰ সংখ্যা চলিত বৰ্ষত ১৯ শতাংশ অধিক হ’ল ।
কৰ’না পৰিস্থিতিৰ মাজতো ভাৰতীয় ছাত্ৰই ব্ৰিটেইনত অভিলেখ হাৰত উচ্চ শিক্ষা গ্ৰহণৰ বাবে ভিৰ কৰিছে ।