- ৰূপহীহাটৰ বালিকাত সংঘটিত হয় দুৰ্ঘটনাত মৃত্যু APDCLৰ নগাঁও উপ সংমণ্ডলৰ অভিযন্তা দেৱদুলাল শৰ্মাৰ ৷
- দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত হয় আন দুজন লোক ৷
- AS 02AE 1800 নম্বৰৰ গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দিওৱাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা ৷
- গাড়ীখনত থকা আহত তিনিজন আৰোহীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও মৃত্যু হয় অভিযন্তা দেৱদুলাল শৰ্মাৰ ৷
নিশা নগাঁও-নলতলি ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা
-
By publisher
Related Content
HOJ YATRA :উত্তৰ- পূৰ্বাঞ্চলৰ পৰা আৰম্ভ হ'ল পৱিত্ৰ হজ যাত্ৰা
By
publisher
May 16, 2024
Supreme Court Ruling On Illegal Citizens:অবৈধ নাগৰিক সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
By
publisher
May 16, 2024
Recession in Trade:মন্দা হৈছে ব্যৱসায়-বাণিজ্য !
By
publisher
May 16, 2024