ক’ভিড আপডেট

delhi covid 19 testing 4ac6b9bc ed03 11ea 92df 080f51a06faf

●  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৩৪,৪৫৭ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ২.০০ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,২৩,৯৩,২৮৬ জন ।

● ইতিমধ্যে ৪,৩৩,৯৬৪ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৩৭৫ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৫০,৪৫,৭৬,১৫৮ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১৭,২১,২০৫ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৫৭,৬১,১৭,৩৫০ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৩৬,৩৬,০৪৩ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version