Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আফগানত নতুন চৰকাৰ গঠনৰ অপেক্ষাত তালিবান

publisher by publisher
August 23, 2021
in News
Reading Time: 1 min read
0
আফগানত নতুন চৰকাৰ গঠনৰ অপেক্ষাত তালিবান
3
SHARES
34
VIEWS
ShareShareShareShare

আফগানিস্তানে নতুন চৰকাৰ পাব বুলি তালিবানে ঘোষণা কৰিছে যদিও দেওবাৰে সন্ত্ৰাস গোষ্ঠী আৰু পঞ্জশিৰ প্ৰদেশৰ প্ৰতিৰোধী নেতাৰ মাজত হোৱা আলোচনা ভংগ হৈ যায় ।

ADVERTISEMENT

আফগানিস্তানৰ প্ৰতিৰক্ষামন্ত্ৰী জেনেৰেল বিছমিল্লা মহম্মদীয়ে পঞ্জশিৰক ৰক্ষা কৰাৰ অংগীকাৰ কৰে । একমাত্ৰ প্ৰদেশ যি তালিবানৰ পৰা ৰক্ষা পাবলৈ সক্ষম হৈছিল আৰু যাৰ ফলত দেশখনত শাসন পৰিৱৰ্তন হৈছিল ।

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

জেনেৰেল বিছমিল্লা মহম্মদীয়ে ঘোষণা কৰে যে তেওঁ কাবুলৰ পৰা এশ কিলোমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত পঞ্জশিৰক ৰক্ষা কৰিব । জেনেৰেল মহম্মদীয়ে কয়, পঞ্জশিৰ উপত্যকাই তালিবান বাহিনীৰ বিৰোধিতা কৰি থাকিব আৰু যুদ্ধ অব্যাহত থাকিব ।

ইপিনে, কাবুলত পূৰ্ণোদ্যমত উচ্ছেদ কাৰ্য চলি আছিল । হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰৰ দায়িত্বত থকা মার্কিন সেনাসকলৰ স’তে, দেশসমূহে তেওঁলোকৰ নাগৰিকসকলক আফগানিস্তানৰ পৰা ওলিয়াই অনাত জলাকলা খাইছে ।

আফগানিস্তানৰ পৰা তিনিখন পৃথক বিমানত ইতিমধ্যে তিনিশ ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে ।

আফগানিস্তানত তালিবানৰ শাসন । শীৰ্ষ ১০টা উন্নয়ন :

১) তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে সংবাদ মাধ্যমৰ আগত কয় যে, শীঘ্ৰে নতুন আফগান চৰকাৰ ঘোষণা কৰা হ’ব । ত’ল’ নিউজৰ প্ৰতিবেদন অনুসৰি, কাবুলত মুল্লাহ বৰাদৰসহ জ্যেষ্ঠ তালিবান নেতাসকলৰ আগমনৰ পাছত নতুন চৰকাৰ গঠনৰ আলোচনা চলি আছে ।

২) ১৯৮০ৰ দশকৰ ছ’ভিয়েট বিৰোধী অন্যতম প্ৰধান নেতাৰ পুত্ৰ আহমদ মাছুদে কয় যে, তেওঁ পঞ্জশিৰ উপত্যকা তালিবানক হস্তান্তৰ নকৰে । মাছুদে আফগানিস্তানৰ ক্ষমতাচ্যুত প্রথম উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ ছালেহৰ স’তে তালিবান শাসন প্রতিৰোধৰ বাবে হাত মিলাইছে ।

৩) তালিবানে কয় যে, দেওবাৰে প্রতিৰোধী নেতাসকলৰ স’তে আলোচনা ভংগ হোৱাৰ পাছত শতাধিক যোদ্ধা পঞ্জশিৰ উপত্যকাৰ দিশে গতি কৰিছে । সংগঠনটোৱে আৰবীক টুইটাৰ একাউণ্টত কয়, ‘স্থানীয় ৰাজ্য কর্মকর্তাসকলে শান্তিপূৰ্ণভাৱে হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত ইছলামিক আমিৰেতৰ শ শ মুজাহিদিনে নিয়ন্ত্রণৰ বাবে পঞ্জশিৰ ৰাজ্যৰ দিশে আগবাঢ়িছে ।’

৪) ট’ল’ নিউজৰ প্ৰতিবেদন অনুসৰি, আফগান ৰাজনৈতিক নেতাসকলে আফগানসকলৰ আকাংক্ষা প্রতিফলন কৰিবৰ বাবে তালিবানক এটা অন্তর্ভুক্তিমূলক চৰকাৰ গঠন কৰিবলৈ আহ্বান জনাইছে । ৰাজনৈতিক নেতাসকলে হতাশা প্রকাশ কৰি কয় যে, তালিবানসকলে কিছু ৰাজনৈতিক নেতাসকলৰ স’তে আলোচনাত মিলিত হৈছে যদিও কোনো গুৰুতৰ আলোচনা নকৰে ।

৫) ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে কয়, তেওঁ আফগানিস্তানৰ পৰিস্থিতিক লৈ জৰুৰী আলোচনাৰ বাবে মঙংলবাৰে জি-৭ দেশসমূহৰ নেতাসকলৰ এখন বৈঠক আহ্বান কৰিব । তেওঁ কয়, “এইটো অতি গুৰুত্বপূর্ণ যে আন্তর্জাতিক সম্প্রদায় একেলগে কাম কৰে নিৰাপত্তা নিশ্চিত কৰিবলৈ, মানুহৰ সংকট ৰোধ কৰিবলৈ আৰু আফগান জনসাধাৰণক বিগত ২০ বছৰে লাভ সুবিধাসমূহ সুৰক্ষিত কৰাত সহায় করা ।” হোৱাইট হাউছৰ প্রেছ ছেক্রেটেৰী জেন ছাকিয়ে দেওবাৰে কয়, মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে আফগানিস্তান নীতি সম্পর্কে ঘনিষ্ঠ সমন্বয়ৰ বিষয়ত আলোচনা কৰিবলৈ ২৪ আগষ্টত জি-৭ দেশৰ অন্যান্য নেতাসকলৰ স’তে ভাৰ্চুৱেলী সাক্ষাৎ কৰিব ।

৬) তালিবানসকলৰ প্রত্যাৱর্তনৰ লগতে কাবুলত বোৰ্খা, হিজাব আৰু পাগুৰীৰ মূল্য বাঢ়িছে । পাঝৱক আফগান নিউজৰ এক প্রতিবেদন অনুসৰি, মূল্য বৃদ্ধিৰ পাছতো যোৱা সপ্তাহৰ পৰা হিজাব আৰু পাগুৰী অধিক বিক্রী হৈছে ।

৭) বাহৰেইনে জনাইছে, তালিবান দখলৰ এসপ্তাহ পাছত আমেৰিকাৰ নাগৰিকসকলক উদ্ধাৰ কৰিবৰ বাবে তেওঁলোকৰ ৰাষ্ট্ৰীয় বাহক ব্যৱহাৰ কৰিব ।

৮) মার্কিন বৈদেশিকমন্ত্রী এন্টনি ব্লিংকেনে কাবুল বিমানবন্দৰৰ পৰিস্থিতি “অবিশ্বাস্যভাবে অস্থিতিশীল” বুলি বর্ণনা কৰিছে । তেওঁ কয়, ‘বিমানবন্দৰৰ বাহিৰত ভিৰ জমা হৈ গৈছে । এইটো অতি অবিশ্বাস্য পৰিস্থিতি । আমি মানু্হৰ ক্ষত-বিক্ষত ছবি দেখিছো ।’

৯) মার্কিন প্রতিৰক্ষামন্ত্রী লয়েড অষ্টিনে কয় যে মার্কিন সামৰিক বাহিনীয়ে আমেৰিকান আৰু অন্যান্যসকলক আফগানিস্তানৰ পৰা কাবুল বিমানবন্দৰত আনিবৰ বাবে “সৃজনশীল উপায়” অৱলম্বন কৰিছে ।

১০) সংবাদ সংস্থা পিটিআইৰ অনুসৰি, পাকিস্তানে সাময়িকভাবে আফগানিস্তানত ফ্লাইট অপাৰেছন স্থগিত ৰাখিছে আৰু সম্প্ৰতি কাকো উদ্ধাৰ কৰা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AfghanistanTaliban
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d