নাৰায়ণপুৰৰ মাজৰ চাপৰিত নিশা আৰক্ষীৰ অভিযান,জব্দ বৃহৎ পৰিমাণৰ ভাং

নাৰায়ণপুৰৰ মাজৰ চাপৰিত নিশা আৰক্ষীৰ অভিযান।

অভিযানত জব্দ বৃহৎ পৰিমাণৰ ভাং ।

মনিকুমাৰ দেউৰী আৰু চিভিল দেউৰী নামৰ দুজন ভাং বেপাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

দুয়োজনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অবৈধ ভাং বেপাৰৰ লগত জৰিত থকাৰ অভিযোগ ।

তথ্য অনুসৰি চিভিল দেউৰী বিজেপিৰ এগৰাকী স্থানীয় নেতা । আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । ভাং সহ আন কে’বাজনো অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা ।

Exit mobile version