কৰ্কটত আক্ৰান্ত পৰিচালক মহেশ মাঞ্জৰেকৰ

963539 mahesh

কর্কটত আক্রান্ত হ’ল অভিনেতা-পৰিচালক মহেশ মাঞ্জৰেকৰ। অলপতে অভিনেতাজনৰ শৰীৰত এক অস্ত্রোপচাৰ সম্পন্ন কৰা হ’ল। মুম্বাইৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সফল অস্ত্রোপচাৰৰ পাছত সম্প্রতি ঘৰতে সুস্থ আছে মাঞ্জৰেকৰ।

১৯৯২ত মাৰাঠী ছবি ‘জীৱন সখা’ৰ জৰিয়তে অভিনয় জগতত প্রৱেশ কৰা মাঞ্জৰেকাৰে ‘প্লেন’,‘জিন্দা’, ‘মুছাফিৰ’, ‘ডছ কাহানিয়া’সহ অগণন ছবিত অভিনয় কৰিছিল। সু-অভিনেতা হিচাপে পৰিচিত মাঞ্জৰেকাৰে ‘নিদান’,’বাস্তৱ’, ‘বিৰােধৰ দৰে জনপ্রিয় ছবি পৰিচালনা কৰিছিল।

Exit mobile version