বলদিয়াবাথানত শ্বহীদ জীতেন ৰায়ৰ সোঁৱৰণত ফুটবল টুর্নামেন্টেৰ চূড়ান্ত খেল সম্পন্ন

WhatsApp Image 2021 09 07 at 7.06.34 PM

কোকৰাঝাৰ জিলাৰ বলদিয়াবাথান ৰাজহুৱা খেলপথাৰত শ্বহীদ জীতেন ৰায়ৰ সোঁৱৰণত ফুটবল টুর্নামেন্টেৰ চূড়ান্ত খেলখন আজি সম্পন্ন হয় । উক্ত খেলত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কমতাপুৰ অটোনমাচ কাউন্সিলৰ চীফ গোকুল বৰ্মন, ই এম প্ৰদীপ ৰায়, ডিপিঅ’ জাহাঙ্গীৰ হুছেইনৰ লগতে আক্রাছুৰ অইন অইন বিষয়ববীয়াসকল ।

আজিৰ চূড়ান্ত খেলখন ফকিৰাগ্ৰাম থানা আৰু ঢোলমাৰা আঞ্চলিক আক্রাছুৰ মাজত অনুষ্ঠিত হয় । উক্ত খেলখনত ঢোলমাৰা আঞ্চলিক আক্রাছুই ১-০ গোলৰ ব্যৱধানত জয়লাভ কৰে ।

Exit mobile version