নেপাল পাৰা বজাৰ গৃহৰ আধাৰ শিলা স্থাপন ইএম অৰূপ কুমাৰ দেৰ

c5c437fc 6e95 4736 9d2d 84e7fa103558

কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰীৰ নেপালপাৰা বজাৰ গৃহৰ আজি আধাৰ শিলা স্থাপন কৰে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই ।

ADVERTISEMENT

উক্ত অনুষ্ঠানত ইএম জনৰ লগতে উপস্থিত থাকে স্থানীয় সমাজ সেৱক তথা প্ৰতিষ্ঠিত ব্যৱসায়ী মনোৰঞ্জন ব্ৰহ্ম , বজাৰ পৰিচালনা সমিতিৰ চেয়াৰমেন ৰাজেন্দ্ৰ বসুমাতাৰীৰ উপৰিও , বিজিৎগৌৰা নাৰ্জাৰী আদিয়ে।

ইপিনে সেৰফাংগুৰীত অনুষ্ঠিত গনেশ পূজাতো অংশ গ্ৰহন কৰি পূজা অৰ্চনা কৰে ইএম অৰূপ কুমাৰ দেই ।

Exit mobile version