স্বাস্থ্য ভালে ৰখাৰ লগতে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্য তালিকাত কিছুমান বিশেষ খাদ্য অন্তর্ভুক্ত কৰা উচিত।
★সুস্থ শৰীৰৰ বাবে উপকাৰী ষ্ট্ৰবেৰী, ব্লেক বেৰী দৈনন্দিন তালিকাত অন্তর্ভুক্ত কৰিব লাগে।
★প্ৰচুৰ পৰিমাণে প্র’টিন থকা কণী খােৱা উচিত।
★আপেলত থাকে শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ প্ৰায়বােৰ খনিজ পদার্থ, ভিটামিন থাকে। আটাইতকৈ প্ৰয়ােজনীয় উপাদান এন্টিঅক্সিডেন্ট পােৱা যায়।
★পালেং হ’ল খনিজ পদার্থ, ভিটামিন আৰু ফাইটো কেমিকেল সমৃদ্ধ। সেই বাবে দৈনন্দিন খাদ্য তালিকাত অন্তর্ভুক্ত কৰাটো লাভজনক।
★গ্রীণ টি খালে ৰক্ত চাপ নিয়ন্ত্ৰণৰ লগতে ওজনাে হ্রাস পাবলৈ ধৰে। হৃদযন্ত্র নিয়মীয়াকৈ কার্যক্ষম আৰু সুস্থ কৰিবলৈ আমলখি তালিকাভুক্ত কৰিব পাৰি।
★পৰম্পৰাগতভাৱে প্ৰস্তুত কৰি অহা খাদ্যত জিৰাৰ ব্যৱহাৰ ব্যাপক। ইয়াত ফাইবাৰৰ পৰা আৰম্ভ কৰি কেলছিয়াম, ফাইবাৰ সকলােবােৰ উপলব্ধ।
★বাদাম আদি খালে প্ৰ’টিন, ফাইবাৰ আদি পােৱা যায়।
★হালধি আদিত শৰীৰ ভালে ৰখাৰ বাবে প্রয়ােজনীয় উপাদান পােৱা যায়।