খাদ্য তালিকাত ৰাখক এইবােৰ খাদ্য

bowl of berries raspberry blueberry blackberry strawberry july 2020

 

ADVERTISEMENT

স্বাস্থ্য ভালে ৰখাৰ লগতে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্য তালিকাত কিছুমান বিশেষ খাদ্য অন্তর্ভুক্ত কৰা উচিত।

★সুস্থ শৰীৰৰ বাবে উপকাৰী ষ্ট্ৰবেৰী, ব্লেক বেৰী দৈনন্দিন তালিকাত অন্তর্ভুক্ত কৰিব লাগে।

★প্ৰচুৰ পৰিমাণে প্র’টিন থকা কণী খােৱা উচিত।

★আপেলত থাকে শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ প্ৰায়বােৰ খনিজ পদার্থ, ভিটামিন থাকে। আটাইতকৈ প্ৰয়ােজনীয় উপাদান এন্টিঅক্সিডেন্ট পােৱা যায়।

★পালেং হ’ল খনিজ পদার্থ, ভিটামিন আৰু ফাইটো কেমিকেল সমৃদ্ধ। সেই বাবে দৈনন্দিন খাদ্য তালিকাত অন্তর্ভুক্ত কৰাটো লাভজনক।

★গ্রীণ টি খালে ৰক্ত চাপ নিয়ন্ত্ৰণৰ লগতে ওজনাে হ্রাস পাবলৈ ধৰে। হৃদযন্ত্র নিয়মীয়াকৈ কার্যক্ষম আৰু সুস্থ কৰিবলৈ আমলখি তালিকাভুক্ত কৰিব পাৰি।

★পৰম্পৰাগতভাৱে প্ৰস্তুত কৰি অহা খাদ্যত জিৰাৰ ব্যৱহাৰ ব্যাপক। ইয়াত ফাইবাৰৰ পৰা আৰম্ভ কৰি কেলছিয়াম, ফাইবাৰ সকলােবােৰ উপলব্ধ।

★বাদাম আদি খালে প্ৰ’টিন, ফাইবাৰ আদি পােৱা যায়।

★হালধি আদিত শৰীৰ ভালে ৰখাৰ বাবে প্রয়ােজনীয় উপাদান পােৱা যায়।

Exit mobile version