Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

মানিমুনি শাকৰ গুণ

"মানিমুনি শাক তই তাতেই জীয়াই থাক।"

publisher by publisher
May 14, 2025
in Lifestyle
Reading Time: 1 min read
0
মানিমুনি শাকৰ গুণ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

পাচনতন্ত্ৰৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যলৈকে

জাৰৰ নিশা নিদ্রিত অৱস্থাত ভৰিৰ পেশী টানি ধৰে নেকি?

সন্ধিয়াৰ পাছত ফল খাব পাৰি নে?

Asiatic Pennywort: ঘৰৰ পিৰালিয়েই হওক বা চোতালেই হওক, যিকোনো ঠাইতে গুজি থ’লেই দুদিনমানৰ পাছত লহপহকৈ বাঢ়ি আহি কিছু ঠাই আগুৰি ধৰে এইবিধ শাকে।

ADVERTISEMENT

শাকেই কওক বা সাধাৰণ উদ্ভিদ বুলিয়েই কওক, মানিমুনি কিন্তু আমাৰ গাঁৱলীয়া জীৱনৰ অতি চিনাকি নাম। এইবিধ উদ্ভিদ আমাৰ গাঁৱলীয়া সমাজত শাক ৰূপে খালেও প্রকৃততে ইয়াৰ বনৌষধি গুণৰ বাবেহে অধিক সমাদৃত হৈ আছে।

বিভিন্ন ৰোগৰ পথ্য হিচাপেই মানিমুনি শাকৰ তৰকাৰি বা আঞ্জা খোৱা হয়। ইয়াৰ উপৰি আন কেতবোৰ উপায়েৰেও এইবিধ শাক ব্যৱহাৰ কৰিব পাৰি।

আমাৰ দেশত অঞ্চলভেদে মানিমুনিক টেয়া, মানকি, তিতুরা, থানকুনি, আদামনি, ঢোলামনি, থুলকুড়ি আদি নামেৰে জনা যায়। ইয়াৰ ইংৰাজী নাম Indian Pennywort। স্বাদ সামান্য তিতা চানেকীয়া হ’লেও মানিমুনি অত্যন্ত উপকাৰী। ইয়াৰ পাতৰ পৰা অনেক ৰোগৰ উপশম ঘটে। গতিকে খোৱাৰ আগতে সেই উপকাৰৰ বিষয়েও আপুনি জানি লোৱা উচিত।

⇨ বেঙেনা বা অমিতাৰ লগত মানিমুনিৰ পাত দি আঞ্জা বান্ধি প্রতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়।

⇨ মানিমুনিৰ পাতৰ ৰস এচামুচ আৰু শেৱালি ফুলগছৰ পাতৰ ৰস এচামুচ মিহলাই সদায় পুৱা খালে জ্বৰ ভাল হয়।

⇨ সামান্য পৰিমাণৰ আমগছৰ ছাল, আনাৰসৰ কেঁচা পাত এটা, কেঁচা হালধিৰ ৰস, ৪/৫ ডাল মানিমুনি শাকৰ শিপা ভালদৰে ধুই একেলগে বটি ৰস উলিয়াই খালী পেটত খালে পেটৰ অসুখ ভাল হয়। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই পথ্য অধিক কার্যকৰী।

⇨ আধা লিটাৰ গাখীৰত ২৫০ গ্রাম মিছিৰি আৰু ১৭৫ গ্রাম মানিমুনি পাতৰ ৰস একেলগে মিহলাই প্রতিদিনে পুৱা এসপ্তাহলৈ খালে গেষ্টিক ভাল হয়।

⇨ দুচামুচ মানিমুনিৰ ৰস সামান্য চেনিৰ স’তে খালে শুকান কাহৰ পৰা ততালিকে আৰাম পোৱা যায়। এসপ্তাহলৈ খালে সম্পূর্ণৰূপে ভাল হয়।

⇒ সদায় পুরা খালীপেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এচামুচ মৌ মিহলাই এসপ্তাহ খালে তেজ পৰিষ্কাৰ হয়।

⇨ যিবোৰ শিশুৱে কথা কওঁতে পলম কৰে বা অস্পষ্ট হয়, সেইক্ষেত্রত এচামুচকৈ মানিমুনিৰ ৰস গৰম কৰি ঠাণ্ডা হ’লে ২০/২৫ টোপাল মৌ মিহলাই ঠাণ্ডা গাখীৰৰ স’তে কিছুদিন খুৱালে সমস্যা দূৰ হয়।

⇨ প্রতিদিনে পুরা ৫/৭টা মানিমুনিৰ পাত সাতদিনলৈ চোবাই খালে আমাশয় ভাল হয়। মানিমুনিৰ পাত বটি সেই ৰসৰ স’তে চেনি মিলাই দুচামুচকৈ দিনে দুবাৰকৈ খালেও আমাশয় ভাল হয়।

⇨ মানিমুনিৰ পাত বটি গৰম ভাতৰ স’তে খালে পেটৰ বিষ নিৰাময় হয়।

⇒ সদায় পুৱা মানিমুনিৰ ৰস এচামুচ এচামুচ, ৫/৬ টোপাল হালধিৰ বসত সামান্য চেনি আৰু মৌ মিহলাই এমাহলৈ খালে যকৃতৰ সমস্যা ভাল হয়।

সহজলভ্য আৰু পুষ্টিকৰ গুণেৰে সমৃদ্ধ বাবে সুস্বাস্থ্যৰ কাৰণে মানিমুনি শাক বৰ উপকাৰী। সেয়ে প্রতিদিনে খাদ্যৰ তালিকাত ৰাখক মানিমুনি শাক আৰু নিশ্চিত কৰক সুস্বাস্থ্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Centella asiaticahealthy
publisher

publisher

Related Posts

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

August 22, 2026
গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?
Lifestyle

গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

August 20, 2026
সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়
Lifestyle

গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

May 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d