লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ব্যক্তিগতকৰণৰ আঁৰৰ ষড়যন্ত্ৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘জন্মদিন’ৰ কুৰিদিনীয়া কাৰ্যসূচীৰ নামত ৰাষ্ট্ৰজোৰা ভণ্ডামি।
আদানীক ধনী কৰিবলৈ এইবাৰ খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণৰ পাং হিমন্ত চৰকাৰৰ ।
বিমানবন্দৰৰ পশ্চিম ফালৰ প্ৰায় ডেৰশ পৰিয়ালক ভূমিহীন কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷
নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হিচাপে আদানীক বিমানবন্দৰ গটাই দিয়া হৈছে ৷
লাভজনক বিমানবন্দৰৰ ভিতৰত গুৱাহাটী বিমানবন্দৰ অন্যতম ৷
গুৱাহাটী বিমানবন্দৰত তিনি হেজাৰ বিঘা ভূমি আছে ৷
৫০ বছৰলৈ লিজত দিয়া হৈছে বিমানবন্দৰটো ৷
২০১৯ৰ ২২ ফেব্ৰুৱাৰীত আমি ইয়াৰ বিৰুদ্ধে PILকৰিছিলো ৷
সৰু সৰু বিমানবন্দৰসমূহৰ দায়িত্ব আদানীয়ে নলয়, কিয়নো সেইবোৰ লোকচানত আছে ৷
৪১৫ কোটি টকাত আদানীয়ে লাভ কৰিছে বিমানবন্দৰ ৷
বিমানবন্দৰত বৰ্তমানে থকা প্ৰায় সংখ্যক কৰ্মচাৰীৰ চাকৰি অন্ধকাৰ ভৱিষ্যতৰ দিশে ৷
প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমানলৈ এটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জন্ম দিবলৈ সক্ষম হোৱা নাই ৷
এতিয়ালৈকে ২৮ টা ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী কৰিছে ৷