● আজি বোকাখাতত ২,৪৭৯টা গঁড়ৰ খড়্গ দহন কৰা হয় ।
● বিশ্ব গঁড় দিৱসৰ দিনাই বৃহৎ পদক্ষেপ চৰকাৰৰ ।
● মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, গঁড়ৰ খড়্গৰ কোনো ঔষধি গুণ নাই ।
● গঁড়ৰ খড়্গক লৈ ভুল ধাৰণা লৈ আছে বহুতে ।
● মৃত নহয়, জীৱন্ত গঁড়ৰ খড়্গৰহে মূল্য আছে ।
Today is a historic day for Assam & India. We have taken an extraordinary step of burning stockpile of 2479 horns of single-horned Rhinos, first-of-its-kind globally in volume terms, pursuing vision of Hon PM Sri @narendramodi of putting an end to poaching in Assam 1/2@PMOIndia pic.twitter.com/4SuN0XuCWB
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 22, 2021
● ক্ৰমাৎ গঁড়ৰ চোৰাংচিকাৰীৰ সংখ্যা কমি আহিছে ।
● খড়্গ নহয়, জীৱন্ত গঁড় সংৰক্ষণ কৰা আমাৰ দায়িত্ব ।
● আইনী প্ৰক্ৰিয়াৰ বাবে ৯৪টা খড়্গ ৰখা হৈছে ।
● এই খড়্গ সংগ্ৰহালয়ত ৰখা হ’ব ।
● গঁড়ৰ খড়্গ বিক্ৰী কৰি চৰকাৰ চলাব নোৱাৰে ।