- হাৰ্ট কেয়াৰ সন্দৰ্ভত সজাগতা সভা
- কৰ্ডিওভাস্কোলাৰ ডিজিছৰ কাৰকসমূহৰ অন্যতম হৈছে মানসিক চাপ
- ভাৰতত বছৰি মৃত্যু হোৱা লোকৰ ৫০%ই হৈছে হৃদৰোগৰ ফলত হোৱা মৃত্যু
- অসমৰ চহৰাঞ্চলৰ মুঠ জনসংখ্যাৰ ১০% আৰু গ্ৰামাঞ্চলৰ ৪% লোক হৃদৰোগত আক্ৰান্ত
- বয়সীয়াল লোকৰ তুলনাত সম্প্ৰতি কম বয়সৰ লোকৰ মাজত হাৰ্ট এটেক বৃদ্ধি পাইছে
- অস্বাস্থ্যকৰ খাদ্য, কার্যকলাপৰ অভাৱ, বদ অভ্যাস, মানসিক চাপ হৈছে হৃদৰোগৰ মুখ্য কাৰণ ।
ADVERTISEMENT