Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

মহিলাৰ বাবে কাবুল বিশ্ববিদ্যালয়ৰ দুৱাৰ বন্ধ

publisher by publisher
September 30, 2021
in International, News
Reading Time: 1 min read
0
মহিলাৰ বাবে কাবুল বিশ্ববিদ্যালয়ৰ দুৱাৰ বন্ধ
3
SHARES
25
VIEWS
ShareShareShareShare

আফগানিস্তানৰ সর্ববৃহৎ বিশ্ববিদ্যালয়ত যুৱতীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে তালিবানে। কেৱল ছাত্রীয়ে নহয়, শিক্ষয়িত্রী বা আন মহিলা কর্মীয়েও কাবুল বিশ্ববিদ্যালয়ত প্রৱেশ কৰিব নােৱাৰিব ।

ADVERTISEMENT

বুধবাৰে এই নির্দেশনা জাৰি কৰিলে কাবুল বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচার্য আশ্রফ গৈৰাটকে।উপাচার্যই নিদের্শনাটোত এইদৰে উল্লেখ কৰিছে, ‘যেতিয়ালৈকে দেশত ইছলামিক পৰিৱেশ এটা গঢ় লৈ নুঠে, তেতিয়ালৈকে বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে আমি মহিলাক ইয়াত প্রৱেশ কৰিব দিব নােৱাৰাে।

RelatedPosts

পাকিস্তানৰ বিমান আক্ৰমনৰ পাছতে তালিবানৰ হুংকাৰ— “আক্ৰমণ বন্ধ নকৰিলে উড়াই দিম ইছলামাবাদ, কৰাচি”

বিশ্বৰ প্ৰথমখন জলশূন্য চহৰ হ’ব কাবুল! ভূগৰ্ভস্থ পানীৰ অভাৱক লৈ উদ্বেগ বাঢ়িছে

Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

সর্বপ্রথম ইছলাম, তাৰ পাছতহে আন কথা। ‘উল্লেখ্য যে কিছুদিন পূর্বে তালিবানে বিশিষ্ট শিক্ষাবিদ মহম্মদ ওছমান বাবুৰিক উপাচার্য পদৰ পৰা অব্যাহতি দি তালিবান সমর্থক স্নাতক ডিগ্রীধাৰী গৈৰাটক কাবুল বিশ্ববিদ্যালয়ৰ উপাচার্য নিয়ােগ কৰিছিল।

উপাচার্যৰ দায়িত্ব লােৱাৰ পাছতে গৈৰাটকে বিশ্ববিদ্যালয়খনত ছাত্রীৰ লগতে মহিলা শিক্ষক-কর্মচাৰীৰ প্ৰৱেশত নিষেধাজ্ঞা আৰােপ কৰিলে। উল্লেখ্য যে উচ্চ শিক্ষিত শিক্ষাবিদ মহম্মদ ওছমান বাবুৰিক উপাচার্যৰ পদৰ পৰা অপসাৰণৰ পাছতে তালিবানৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি কাবুল বিশ্ববিদ্যালয়ৰ ৮০ জন শিক্ষকে পদত্যাগ কৰিছিল।

বিতর্কিত মন্তব্য প্রকাশ কৰাৰ বাবে আফগানিস্তানৰ প্রগতিশীল শিক্ষিত মহলে নৱনিযুক্ত উপাচার্য গৈৰাটক পছন্দ নকৰে। এইজন গৈৰাটকে কিছুদিন পূর্বে বালিকা বিদ্যালয়ৰ প্ৰসংগত প্রতিক্রিয়া প্রকাশ কৰি কৈছিল যে সেইসমূহ হৈছে যৌনদাসী তৈয়াৰ কৰাৰ কাৰখানা।

এই ধৰণৰ প্রতিক্রিয়াশীল মন্তব্য প্রকাশ কৰি আহিলেও কাবুল বিশ্ববিদ্যালয়ৰ সন্দৰ্ভত নৱনিযুক্ত উপাচার্যই এনে হঠকাৰী সিদ্ধান্ত ল’ব বুলি কোনেও ভবা নাছিল। স্মর্তব্য যে ১৯৯৬ৰ পৰা ২০০১ৰ সময়ছােৱাতাে শ্বৰীয়ত আইনৰ দোহাই দি তালিবানে আফগান মহিলাসকলক প্রায় গৃহবন্দী কৰি ৰাখিছিল।

যদিও এইবাৰ কাবুল দখলৰ পাছত তালিবানৰ মুখপাত্র জবিউল্লা মুজাহিদে একাধিকবাৰ দাবী কৰিছিল যে পূর্বৰ দৰে তালিবান যুগৰ পুনৰাবৃত্তি ঘটোৱা নহ’ব, কিন্তু বাস্তৱত তালিবানে পূর্বৰ দৰে বৰ্বৰতা প্রদর্শনৰ লগতে হঠকাৰী সিদ্ধান্ত গ্রহণ কৰাটো বিশ্ববাসীৰ প্রত্যক্ষ হৈছে।

আফগান যুৱতীক উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্ত লােৱাৰ লগতে তালিবানৰ আমােলত বর্তমানে আফগানিস্তানত পুনৰ মহিলাৰ নিপীড়নৰ ঘটনাৰ পৰা শিশু হত্যালৈকে ভয়াৱহ কাণ্ড তালিবানে অবাধে সংঘটিত কৰিছে।

আফগানিস্তানৰ ৰেজিষ্টেন্স ফচৰ সদস্য এজনৰ পুত্ৰক তালিবানে নৃশংসভাৱে গুলীয়াই হত্যা কৰিলে। পিতৃয়ে চৰকাৰী সেনাবাহিনীত কাম কৰাৰ কাৰণতে তালিবানে নিৰীহ শিশুটিক এইদৰে টখৰ প্ৰদেশত হত্যা কৰে।

দুদিন পূর্বে দক্ষিণ হেলমণ্ড প্রদেশতাে তালিবানে ক্ষৌৰকাৰসকলক নির্দেশনা দি দাঢ়ি বন্ধ কৰিবলৈ ধমক দিছিল। তালিবানে ইতিমধ্যে ঘােষণা কৰি কৈছে যে শ্বৰীয়ত অনুসৰি মুছলমান পুৰুষে দাঢ়ি কটাটো নিষিদ্ধ।

কাবুল দখলৰ পাছত তালিবানৰ মুখপাত্রই আফগানিস্তানত প্রথমে ঘােষণা কৰি কৈছিল যে বিশ্ববিদ্যালয়ত ছাত্র-ছাত্রীয়ে একেলগে শিক্ষাগ্রহণ কৰিব পাৰিব যদিও তেওঁলােকে শ্ৰেণীকোঠাত পৃথককৈ বহিব লাগিব।

ইয়াৰ কিছুদিন পাছত নতুন নিদের্শনা জাৰি কৰি তালিবানে কয় যে আফগানিস্তানত সহশিক্ষাৰ অনুমতি দিয়া নহ’ব। ছাত্র আৰু ছাত্ৰীয়ে পৃথকভাৱে শ্ৰেণীত পাঠ গ্ৰহণ কৰিব পাৰিব বুলি তালিবানে ঘােষণা কৰিছিল।

এইবাৰ কাবুল বিশ্ববিদ্যালয়ৰ উপাচার্যৰ দায়িত্ব গ্রহণ কৰি বিশ্ববিদ্যালয়খনৰ দুৱাৰ ছাত্ৰীৰ লগতে সকলাে মহিলা শিক্ষক-কর্মচাৰীৰ বাবে বন্ধ ঘােষণা কৰিলে তালিবানপন্থী আশ্রফ গৈৰাটকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kabulআফগানিস্তানতালিবান
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d