Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

publisher by publisher
January 28, 2023
in International, News
Reading Time: 2 mins read
0
Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

কাবুলত চিকিৎসালয়ত ভয়ংকৰ আক্রমণ! শতাধিক নহয়

আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ: “আগ্ৰাসনৰ নতুন উদাহৰণ” বুলি তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

পাকিস্তানৰ বিমান আক্ৰমনৰ পাছতে তালিবানৰ হুংকাৰ— “আক্ৰমণ বন্ধ নকৰিলে উড়াই দিম ইছলামাবাদ, কৰাচি”

Afganistan :

বন্দুক বাৰুদত নহয়, এইবাৰ তীব্ৰ শীতৰ ফলত কমেও ১৬২ জন লোকৰ মৃত্যু হৈছে তালিবান শাসিত আফগানিস্তানত । কাবুলৰ বতৰ বিজ্ঞান বিভাগে আশংকা কৰিছে যে পৰৱৰ্তী এসপ্তাহ বা তাতোকৈ অধিক সময়লৈকে এই তীব্ৰ শীতৰ প্ৰকোপ অব্যাহত থাকিব পাৰে।

ADVERTISEMENT

তেনে ক্ষেত্ৰত, মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে, স্থানীয় প্ৰশাসনে অনুমান কৰে । পৰিস্থিতি ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দৰিদ্ৰ আফগানসকলৰ হাতত তীব্ৰ শীতকালৰ স’তে যুঁজিবলৈ পৰ্যাপ্ত ইন্ধন নাই।

কাবুলকে ধৰি সমগ্ৰ দেশতে বিগত ১৫ বছৰৰ ভিতৰত আটাইতকৈ শীত জানুৱাৰীত দেখা গ’ল । কোনো কোনো ঠাইত, তাপমাত্ৰা -৩৪ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে।

এই প্ৰভাৱৰ বাবে এই মাহত আফগানিস্তানত ১৬০ জনৰো অধিক লোকৰ মৃত্যু হৈছে। যোৱা সপ্তাহত মুঠ ৮৪ জন লোকৰ মৃত্যু হৈছে । দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰালয়ৰ এজন মুখপাত্ৰ চৈফুল্লা ৰহিমীয়ে এক বিবৃতিত কয়, “১০ জানুৱাৰীৰ পৰা আজিলৈকে তীব্ৰ শীতৰ ফলত ১৬২ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ভিতৰত কেৱল যোৱা সপ্তাহতে ৮৪ জন লোকৰ মৃত্যু হৈছে। “

তালিবান শাসনৰ অধীনত আফগানিস্তানে এক ভয়াৱহ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। বহুতো লোক অনাহাৰে মৃত্যুবৰণ পৰিছিল। ইয়াৰ মাজতে, সাধাৰণ নাগৰিকে শীতৰ ফলত প্ৰাণ হেৰুৱাইছে।

ভয়ানক শীতৰ প্ৰকোপত আটাইতকৈ অসুস্থ হৈছে শিশু আৰু বৃদ্ধসকল । এনে পৰিস্থিতিত, মহিলা সেৱা কৰ্মীসকলক নিষিদ্ধ কৰাৰ বাবে , স্বেচ্ছাসেৱী সংগঠনসমূহে দৰিদ্র লোকসকলক সঠিকভাৱে সহায় কৰিব পৰা নাই বুলিও অভিযোগ উত্থাপন হৈছে ।

তথ্য অনুসৰি, কাবুল চহৰত দিনৰ ভাগত শিশুসকলে প্লাষ্টিক সংগ্ৰহ কৰিছে আৰু নিশা সেই প্লাষ্টিক জ্বলাই শীতৰ প্ৰকোপৰ পৰা হাত সৰাৰ চেষ্টা কৰিছে।

ৰাষ্ট্ৰসংঘৰ মুৰব্বী মাৰ্টিন গ্ৰিফিথছে এই সপ্তাহৰ আৰম্ভণিতে কাবুল ভ্ৰমণ কৰিছিল। উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে মহিলা সেৱা কৰ্মীসকলৰ ওপৰত নিষেধাজ্ঞাৰ বাবে বৰ্তমানৰ কঠিন পৰিস্থিতিত সাধাৰণ আফগানসকল অধিক বিপদাশংকাত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Afghanistan‬ColdCold WaveKabul
publisher

publisher

Related Posts

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ
Assam

শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d