কৰ’না প্ৰতিৰােধৰ বাবে যিসকল ব্যক্তিয়ে ৰাছিয়াৰ স্পুটনিক ভি প্রতিষেধক গ্রহণ কৰিছে, সেইসকল লােকক আমেৰিকাই দেশখনত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ কৰিলে।
ADVERTISEMENT
শেহতীয়াকৈ হােৱাইট হাউছে এই কথা প্রকাশ কৰি কয় যে স্পুটনিক ভি প্রতিষেধকে বর্তমানলৈকে বিশ্ব স্বাস্থ্য সংস্থা (হু) আৰু ই এম এৰ স্বীকৃতি লাভ কৰা নাই।
সেয়েহে নতুন নিয়মৰ অধীনত স্পুটনিক ভি প্রতিষেধক গ্রহণ কৰা লােকক আমেৰিকা ভ্ৰমণৰ বাবে ৱাশ্বিংটনে অনুমতি নিদিয়ে।