Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cotton University : সােণালী সুদিনৰ স্মৃতি বিচাৰি ৯০ দশকৰ কটনিয়ানৰ পুনৰমিলনৰ পদক্ষেপ

publisher by publisher
October 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
Cotton University : সােণালী সুদিনৰ স্মৃতি বিচাৰি ৯০ দশকৰ কটনিয়ানৰ পুনৰমিলনৰ পদক্ষেপ
8
SHARES
82
VIEWS
ShareShareShareShare

কটন কলেজৰ সােণালী সুদিনৰ স্মৃতি সজীৱ কৰি তুলিবলৈ ৯০ দশকৰ কটনিয়ানসকলৰ এক পুনৰ মিলন অনুষ্ঠান আয়ােজন বাবে শনিবাৰে কলেজ চৌহদত মিলিত হয় কিছু সংখ্যক প্রাক্তন কটনিয়ান।

ADVERTISEMENT

ৰাজ্যৰ বিভিন্ন কর্মক্ষেত্ৰত জড়িত এই কটনিয়ানসকলৰ উপস্থিতিত পুনৰমিলন অনুষ্ঠান সম্পর্কীয় এক প্ৰাৰম্ভিক আলােচনা হয়। ৯০ দশকৰ কটনিয়ান জয়দ্বীপ কলিতা, অমৰজ্যোতি ভূঞা, তপন কুমাৰ বৰা, কৰবী শইকীয়া কৰণ, ৰাজ হাজৰিকা, শান্তনু ভূঞা, চেমিম চুলতানা আহমেদ, দেৱজিৎ দাস, পৰাগ শ‍ইকীয়া, জগদীশ নাথ, কাঞ্চন কুমাৰ বৰাকে ধৰি কটনিয়ানসকলৰ উপস্থিতিত হােৱা এই আলােচনাত এখন তদর্থ কমিটী গঠন কৰা হয়।

RelatedPosts

Cotton University Students’ Union Election Results Announced: কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা ৷

Today Cotton University Students’ Union General Election :আজি ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচন

Cotton University Incident:কটন বিশ্ববিদ্যালয়ত অঘটন !

ইয়াত উপস্থিত অমৰজ্যোতি ভূঞা, জগদীশ কলিতা, তপন কুমাৰ বৰা আদিয়ে কয় যে আজিৰ আলােচনা প্ৰাৰম্ভিক পর্যায়ৰহে।

পৰৱৰ্তী পৰ্যায়ত বিতংভাৱে বিষয়টো আগবঢ়াই নিয়া হ’ব। ইতিমধ্যে দেশে-বিদেশে বিয়পি থকা ৯০ দশকৰ কটনিয়ানসকলৰ স’তে যােগাযােগ স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণৰ বিষয়ে আজি আলােচনা হয়।

তদুপৰি ১৯৯০ৰ পৰা ১৯৯৯ পর্যন্ত কটন কলেজৰ বিভিন্ন শ্রেণীত অধ্যয়ন কৰা ছাত্র-ছাত্রীসকলৰ নাম আদি সংগ্ৰহৰ বাবেও আলােচনা কৰা হয়। ইয়াৰ উপৰি সামাজিক মাধ্যমেৰে উক্ত সময়ছােৱাৰ কটনিয়ানসকলৰ ওচৰ চপাৰ বাবে শনিবাৰে উপস্থিত সকলে মত ব্যক্ত কৰে।

এই পুনৰ মিলন অনুষ্ঠানৰ জৰিয়তে যাতে সমাজ তথা সকলােৰে মৰমৰ পূৰ্বৰ কটন কলেজ তথা বর্তমানৰ কটন বিশ্ববিদ্যালয়লৈ কিছু অৱদান
আগবঢ়াব পাৰি সেই বিষয়ে কর্মসূচী প্রস্তুত কৰিব লাগে বুলিও উপস্থিত সকলে মতামত আগবঢ়ায়।

উল্লেখ্য যে ইতিমধ্যে এই পুনৰমিলনৰ আয়ােজনক লৈ বিপুল উৎসাহ পৰিলক্ষিত হৈছে। পুনৰমিলন অনুষ্ঠানৰ দিন পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰা হ’ব বুলি আলােচনাত ঐক্যমত পােষণ হয়। এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলােৰে সহায়- সহযােগ কামনা কৰা হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cotton University
publisher

publisher

Related Posts

মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
India

May 12, 2025
‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d