মেষ :কর্মত সফলতা, যানবাহনৰ পৰা সাৱধান, ব্যৱসায়ত উন্নতি, শৰীৰ উন্নত। শুভ ৰং ৰঙা।
বৃষ :মাতৃৰ শুভ, শৰীৰৰ প্রতি যত্ন লওক, ভ্ৰমণত শুভ। কর্মত মাধ্যম, শুভ ৰং মূগা।
মিথুন : কর্মস্থানত সন্মান বৃদ্ধি, আপােনাৰ দুর্বলতা আনে সুবিধা ল’ব, বিবাহ প্রার্থীৰ বিবাহৰ যােগাযােগত সফল, শৰীৰ উন্নত, শুভ ৰং মেৰুণ।
কর্কট :কর্মত সুস্থিৰতা বৃদ্ধি, গৃহত মাংগলিক কার্য সম্পন্ন হ’ব; বিদেশ ভ্রমণৰ সুযােগ পাব। শুভ ৰং হালধীয়া।
সিংহ : নতুন কর্মসংস্থাপনৰ যুগ, নিৰামিষ খাওক, মূল্যৱান সম্পদ লাভ, শুভ ৰং কলা, গৃহ নির্মাণত সফল হ’ব।কন্যা :কর্মত সুস্থিৰ পৰিৱেশ। শিৱ মন্দিৰত পাৰিলে বেল গছ ৰােপণ কৰক, অর্থ লাভ, বিয়াৰ যােগ। শুভ ৰং ৰূপালী।
তুলা : আনক উপকাৰ কৰি মনৰ সন্তুষ্টি পাব। লেনদেন কৰােতে সাৱধান, ভ্ৰমণত শুভ। শুভ ৰং বেঙুণীয়া।
বৃশ্চিক :কর্মত শুভ, জুই পৰা সাৱধান, বস্ত্র, অলংকাৰ লাভ; ভ্ৰমণত কষ্ট অর্থ। লাভ। শুভ ৰং সােণালী।
ধনু:কর্মত উন্নতি, বিবাহৰ সংযােগ, পেটৰ অসুখ। ৰক্তচাপ বৃদ্ধি, অর্থ লাভ। শুভ ৰং বগা।
মকৰ :খং কমাওক উন্নতি হ’ব, শিৱ মন্দিৰ দৰ্শন কৰক। কর্ম সংস্থাপনৰ যুগ। আর্থিক উন্নতি, শুভ ৰং মেৰুণ।
কুম্ভ : নতুন যােগাযােগ সুফল। ভ্রমণ কৰােতে, সাৱধান হওঁক। প্ৰেমত শুভ। অর্থ লাভ। শুভ ৰং নীলা।
মীন : কর্মত শুভ, নিৰামিষ খাওক। শিৱ লিংগত গাখীৰ দিয়ক সুফল পাব; শৰীৰ উন্নত। শুভ ৰং বগা১।