কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবীত চি পি আইৰ ধৰ্ণা

# উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰিত কৃষকৰ ওপৰত চলোৱা বৰ্বৰ হত্যাকাণ্ডৰ বিৰোধিতা চি পি আই’ৰ ।

# হত্যাকাৰী মন্ত্ৰী অজয় মিশ্ৰৰ অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী।

# ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা উলংঘা কৰি গৰুখুটিত আক্ৰুশমূলক ভাবে উচ্ছেদ চলালে চৰকাৰে।

# অমানুষিক উচ্ছেদত ভূমিহীন হোৱা লোকক পুনৰ সংস্থাপন দিয়াৰ দাবী।

# নীতি নিয়ম উলংঘা কৰি উচ্ছেদ চলোৱা দৰঙৰ উপাযুক্ত আৰু আৰক্ষী অধীক্ষকক নিলম্বনৰ দাবী।

# আয়ুৰ্বেদিক প্ৰডাক্ট লিমিটেড ৰামদেৱৰ পতঞ্জলিক হস্তান্তৰ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী।

Exit mobile version