Bhupen Hazarika : গংগাৰ বুকুত বংগৰ শিল্পীৰ কণ্ঠত মুৰ্ত হৈ উঠিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৃষ্টি

“বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিঃশব্দে নিৰৱে বুঢ়া লুইত…” কলকাতাত গংগাৰ বুকুত বংগৰ শিল্পীৰ কণ্ঠৰে প্ৰতিধ্বনিত হ’ল মহাবাহুৰ গাঁথা ।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বিশ্ববন্দিত গীত গাই গংগাৰ বুকুৰ এক প্ৰমোদতৰীত গুণমুগ্ধক মোহিত কৰিলে এইগৰাকী বাংলাভাষী শিল্পী ।

শিল্পীগৰাকীৰ কণ্ঠত মুৰ্ত হৈ উঠিল বিশ্ব শিল্পীৰ আন এটি গীত “আজি নতুন যুগৰ দিগন্তলৈ ওলাই….” ।

Exit mobile version