UNHRC : মানৱাধিকাৰ পৰিষদলৈ উভতিল আমেৰিকা

unhrc 1

ভাৰতে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত বৃহৎ ভোট লাভৰে সদস্য অন্তৰ্ভুক্ত হ’ল । ইফালে, আমেৰিকাইয়ো মানৱাধিকাৰ পৰিষদলৈ প্ৰত্যাৱৰ্তন ঘটালে ।

উল্লেখ্য যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ শাসনত দেশখনে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদ ত্যাগ কৰিছিল । ৰাষ্ট্ৰসংঘ‌ই মানৱাধিকাৰ পৰিষদৰ বাবে ১৮ সদস্য ৰাষ্ট্ৰক নিৰ্বাচন কৰিলে ।

Exit mobile version