শীঘ্ৰে ডিজেলৰ মূল্যয়ো শতকৰ ঘৰ স্পৰ্শ কৰাৰ সম্ভাৱনা

877532 32436 smculxopnw 1483875847 1610973762

পেট্ৰ’ল-ডিজেলৰ মূল্যৰ নিয়ন্ত্ৰণহীন ঊৰ্ধ্বগতি আজিও অব্যাহত আছে । আজিও প্ৰতি লিটাৰ পেট্ৰ’লৰ ৩৬ প‌ইচা আৰু ডিজেলৰ ৩৭ প‌ইচা মূল্য বৃদ্ধি হয় ।

ইণ্ডিয়ান অইলৰ ডিপুবোৰত আজি প্ৰতি লিটাৰ সাধাৰণ পেট্ৰ’লৰ মূল্য ১০১.৪৫ টকা আৰু ডিজেলৰ মূল্য ৯৩.৯০ টকা হয় । শুকুৰবাৰে সেই মূল্য আছিল ১০১.০৯ আৰু ৯৩.৫৩ টকা ।

মূল্যবৃদ্ধিৰ এনে গতি অব্যাহত থাকিলে অতি কম দিনৰ ভিতৰত ডিজেলৰ মূল্যয়ো প্ৰতি লিটাৰত শতকৰ ঘৰ স্পৰ্শ কৰাটো আধাৰিত হৈছে । ইতিমধ্যে দেশৰ মুষ্টিমেয় কেইটামান অঞ্চলত ডিজেলৰ মূল্য‌ই শতকৰ ঘৰ স্পৰ্শ কৰিছে । বিশেষকৈ ডিজেলৰ এনে অভাৱনীয় মূল্যবৃদ্ধিৰ মাধমাৰ বজাৰত পৰাত নিশাৰ ভিতৰতে প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে ।

Exit mobile version