Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইটানগৰত ‘আঞ্চলিক প্ৰত্যাশা, ৰাষ্ট্ৰীয় দৃষ্টিভংগী’ শীৰ্ষক ৰাজনৈতিক সন্মিলনত অজাপৰ সভাপতি

উত্তৰ-পূৱৰ আঞ্চলিক শক্তিসমূহক ঐক্যবদ্ধ হোৱাৰ আহ্বান লুৰীণজ্যোতিৰ

publisher by publisher
October 19, 2021
in Assam, India, News
Reading Time: 1 min read
0
2
SHARES
15
VIEWS
ShareShareShareShare

“বিজেপিৰ অতিকেন্দ্ৰীভূত ৰাজনৈতিক নীতিয়ে ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন, প্ৰত্যাশা আৰু অধিকাৰক গুৰুত্বহীন কৰাই নহয়, দেশৰ সংঘীয় কাঠামোকো দুৰ্বল কৰি আনিছে‌ ৷ সেয়ে ক্ৰমবৰ্দ্ধমান আঞ্চলিক বৈষম্য দূৰ কৰি দেশৰ যুক্তৰাষ্ট্ৰীয় সত্বাক শক্তিশালী কৰিবলৈ হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হ’ব লাগিব ৷” এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

ADVERTISEMENT

আজি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত নেচনেল পিপলছ পাৰ্টী (এন পি পি)য়ে আয়োজন কৰা ‘আঞ্চলিক প্ৰত্যাশা, ৰাষ্ট্ৰীয় দৃষ্টিভংগী’ শীৰ্ষক ৰাজনৈতিক সন্মিলনত ভাগ লৈ গগৈয়ে কয় যে দেশৰ অন্য প্ৰান্তৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন আৰু প্ৰত্যাশা উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন আৰু প্ৰত্যাশাতকৈ পৃথক ৷ সেয়ে দিল্লীৰ নিয়ন্ত্ৰণত চলা ৰাজনৈতিক দলৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ মনৰ বেদনা উপলব্ধি কৰা সম্ভৱ নহয় যিটো সময়ে সময়ে প্ৰমাণ হৈ আহিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ তীব্ৰ বিৰোধ স্বত্বেও কেন্দ্ৰীয় চৰকাৰে ‘কা’ প্ৰৱৰ্তন কৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ স্থানীয় জনগণৰ মতামতক উপেক্ষা কৰি উত্তৰ-পূৰ্বাঞ্চলত ব্যক্তিগত খণ্ডৰ বৃহৎ কোম্পানীৰ দ্বাৰা মাৰাত্মক পাম গছৰ খেতি কৰোৱাৰ সিদ্ধান্ত লোৱালৈকে সকলো ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ স্থানীয় স্বাৰ্থক উপেক্ষা কৰাটো কাৰো অজানা নহয় ৷ অথচ আমি উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰা ৰাজনৈতিক দলসমূহৰ মাজত সমন্বয় নথকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে নিজৰ নীতি আৰু সিদ্ধান্তসমূহ আমাৰ ওপৰত জাপি দিব পাৰিছে ৷ সেই কাৰণে আঞ্চলিক শক্তিসমূহৰ মাজত সমন্বয় আহ্বান ৷

RelatedPosts

Lurinjyoti Gogoi:বিনামূলীয়া ইউনিফৰ্ম বিতৰণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম

Assam Jatiya Parishad:ৰৌ-বৰালিক গ্ৰেপ্তাৰ কৰি উমৰাংছুৰ ভয়ঙ্কৰ ঘটনাৰ ওপৰত তিৰপাল টনাৰ অভিযোগ : ন্যায়িক তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ

Ajp Protest In Guwahati:কা’ প্ৰৱৰ্তনৰ ৫ বছৰ, চচলত অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ, কা’ বাতিলৰ দাবী

এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা উক্ত ৰাজনৈতিক সন্মিলনত ‘টিপ্ৰা’ৰ অধ্যক্ষ প্ৰদ্যুৎ মানিক্য দেববাৰ্মা, বিশিষ্ট সাংবাদিকত্ৰয় পেট্ৰিচিয়া মুখিম, সংগীতা বৰুৱা আৰু কৌশিক ডেকা, মেঘালয়ৰ কেবিনেট মন্ত্ৰী জে’মছ চাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা তথা এন ডি পি পি দলৰ সাধাৰণ সম্পাদক আবু মেহতাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল, বৌদ্ধিক জগত আৰু সামাজিক সংগঠনৰ বহুকেইগৰাকী আগশাৰীৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰি নিজৰ নিজৰ বক্তব্য আগবঢ়ায় ৷

টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুৎ মানিক্যই নিজৰ বক্তব্যত কয় যে বিজেপিৰ দৰে আগ্ৰাসী শক্তিক পৰাভূত কৰাটো অসম্ভৱ বুলি এটা ধাৰণা সংবাদ মাধ্যমৰ জৰিয়তে জনপ্ৰিয় কৰি তোলা হৈছে যিটো আচলতে সত্য নহয় ৷ ত্ৰিপুৰাত টিপ্ৰাই বিজেপিক পৰাজিত কৰি উদাহৰণ দেখুৱাই দিছে ৷ বিজেপিৰ দিন চমু চাপি আহিছে ৷ এতিয়া কেৱল বিজেপিৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলবাসী ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন ৷

মেঘালয়ৰ কেবিনেট মন্ত্ৰী জে’মছ চাংমাই উত্তৰ-পূৰ্বাঞ্চলত পাম খেতিৰ তীব্ৰ বিৰোধিতা কৰে ৷ তেওঁ কয় যে কেন্দ্ৰই যে উত্তৰ-পূবৰ জনসাধাৰণৰ মতামতক গুৰুত্ব নিদিয়ে, ই তাৰ প্ৰমাণ ৷ তেওঁ লগতে কয় যে যদিও তেওঁৰ দল বিজেপিৰ স’তে মিত্ৰতাত আছে, কিন্তু উত্তৰ-পূবৰ সামগ্ৰিক স্বাৰ্থৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই ৷ ‘কা’ সমৰ্থন নকৰি এন পি পি দলে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰা বুলি দাবী কৰে চাংমাই ৷

সাংবাদিক পেট্ৰিচিয়া মুখিমে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ থলুৱা জনগোষ্ঠীসমূহৰ মৌলিক সমস্যাসমূহ প্ৰায় একেই ৷ কিন্তু অঞ্চলটোৰ ৰাজনৈতিক শক্তিসমূহ কোনোদিন একেখন মঞ্চত বহি আলোচনা কৰা নাই ৷ গতিকে এইবাৰ উত্তৰ-পূবৰ আঞ্চলিক শক্তিসমূহৰ এনেদৰে নীতিগত বিষয়ত আলোচনাৰ বাবে মিলিত হোৱাটো ভাল লক্ষণ ৷ এই প্ৰক্ৰিয়া অব্যাহত থাকিব লাগে ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ভাষণত কয় যে তেওঁৰ দলে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনসাধাৰণক আলোচনাৰ এখন মঞ্চ প্ৰদান কৰিব খোজে ৷ আলোচনাৰ মাধ্যমেৰেহে সমস্যাৰ সমাধান ওলাব ৷ অবৈধ অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ বিকল্প ব্যৱস্থা উদ্ভাৱনৰ হকে তেওঁৰ চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰাৰ প্ৰসংগ উল্লেখ কৰি চাংমাই কয় যে ইনাৰ লাইন পাৰ্মিট বা বহিৰাগত পঞ্জীয়ন অনুপ্ৰৱেশ প্ৰতিৰোধৰ বিকল্প হ’ব পাৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু অন্য সামাজিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেওঁৰ দলে আলোচনা (ডাইলগ)ৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি চাংমাই প্ৰকাশ কৰে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Lurinjyoti Gogoi
publisher

publisher

Related Posts

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d