এমাহৰ পাছতাে নির্গত হৈ আছে ম্পেইনৰ আগ্নেয়গিৰিৰ লাভা

image 20160201 32240 8oqf5e

অর্ধশতাব্দীৰ পাছত হঠাৎ জাগ্রত হ’ল স্পেইনৰ কেনাৰি দ্বীপত থকা কুম্বৰে ভিয়েখাৰ আগ্নেয়গিৰি। এই আগ্নেয়গিৰিটোৰ উৰ্গীৰণ চাৰি সপ্তাহ পূর্বে আৰম্ভ হৈছিল আৰু বিগত এমাহ ধৰি কুম্বৰে ভিয়েখাৰ পৰা লাভ নির্গত হৈ আছে।

আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত ইতিমধ্যে বৃহৎ পৰিমাণৰ ক্ষয়-ক্ষতি হৈছিল। উল্লেখ্য যে ইয়াৰ পূর্বে কুম্বৰে ভিয়েখাৰ আগ্নেয়গিৰিৰ অন্তিমবাৰ উদগীৰণ হৈছিল ১৯৭১ বৰ্ষত।

বিগত পাঁচ দশকৰ পাছত পুনৰ জাগ্রত হােৱা আগ্নেয়গিৰিটোৰ পৰা এমাহৰাে অধিক দিন ধৰি ধোঁৱা, ছাই, লাভা আদি নির্গত হৈ আছে। ফলত অঞ্চলটোত আতংকৰ পৰিৱেশ অব্যাহত আছে।

Exit mobile version