Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

publisher by publisher
May 8, 2026
in International, News
Reading Time: 1 min read
0
সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

একেৰাহে ৪০ ঘণ্টা হৃৎস্পন্দন বন্ধ থকাৰ পাছতো বাচিল ব্যক্তি

China:✒️সমগ্র দক্ষিণ-পূব এছিয়াত প্ৰভাৱ অধিক বৃদ্ধিৰ উদ্দেশ্যে চীনে আন এক কৌশল গ্রহণ কৰিলে। ইয়াৰ আধাৰত বেইজিঙে দেশখনৰ অভ্যন্তৰৰ বিভিন্ন নদ-নদীৰ পৰা সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক নলাৰ খনন অব্যাহত ৰাখিছে।

ADVERTISEMENT

এই নলা খনন সম্পন্ন হৈ উঠিলে বয়-বস্তুবাহী জাহাজে সাগৰলৈ যাত্ৰা কৰিব পাৰিব। ইয়াৰ জৰিয়তে চীনে দক্ষিণ-পূব এছিয়াৰ স’তে ব্যৱসায়-বাণিজ্য অধিক বৃদ্ধিৰ লক্ষ্য লৈছে। এই বৃহৎ নলাৰ নাম হৈছে পিংগলু কেনেল।

এই নলা খননৰ স’তে জড়িতসকলে ধাৰণা কৰা অনুসৰি চলিত বর্ষতে এই নলা খনন সম্পূৰ্ণ হ’ব। ইয়াৰ লগে লগে দেশখনৰ নানিঙৰ দৰে চহৰসমূহৰ পৰা অনায়াসে বয়-বস্তু লৈ জাহাজে সাগৰলৈ চলাচল কৰিব পাৰিব।

এই নলা পথে নানিং চহৰক টনকিং উপসাগৰৰ স’তে সংযোগ কৰিছে। নানিং হৈছে গুৱাংক্সি অঞ্চলৰ ৰাজধানী। সাগৰত মিলিত হোৱাৰ পূৰ্বে এই নলাৰ অধিকাংশ কিনজিয়াং নৈৰে পাৰ হৈছে। সহজ অর্থত ক’বলৈ গ’লে এই নলা খননৰ উদ্দেশ্য হৈছে দেশখনৰ ভূখণ্ডৰ নদ-নদীসমূহৰ স’তে সাগৰক সংযোগ কৰা।

গতিকে যেতিয়াই এই নলা খনন সম্পূর্ণ হ’ব, তেতিয়াৰ পৰা ইলেক্ট্র’নিক সেৱা সঁজুলিকে ধৰি খাদ্য সামগ্রী আদি জাহাজে পৰিবহণ কৰিব পাৰিব। সেয়েহে চীন চৰকাৰে এই নলা খননত অপর্যাপ্ত ধন ব্যয় কৰিছে।

অৱশ্যে এই নলা খননৰ ফলত বিভিন্ন নদ-নদীৰ মাছ-কাছকে ধৰি সমগ্ৰ জৈৱ বৈচিত্র্যলৈ ভাবুকি সৃষ্টিৰ আশংকা কৰিছে প্রকৃতিবিদসকলে। একাংশ প্রকৃতিবিদৰ মতে এই নলা খননৰ ফলত ৩৬ টা পৰিৱেশতন্ত্রগত সংৰক্ষণ মণ্ডললৈ প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছে।

অৱশ্যে প্রকৃতিবিদসকলৰ এই আশংকা অমূলক আখ্যা দি চীন চৰকাৰে দাবী কৰিছে যে এই নলাৰে জাহাজ চলাচলৰ ফলত মাছ-কাছ আদিলৈ বিপদ নহাৰ ব্যৱস্থা কৰা হৈছে। এই উদ্দেশ্যে স্মার্ট নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হৈছে বুলিও চৰকাৰে দাবী কৰিছে।

তৎসত্ত্বেও একাংশ গৱেষকে আঙুলিয়াই দিছে যে সাগৰৰ স’তে সংযুক্ত এই নলাৰে সাগৰৰ লুণীয়া পানী সোমাই আহি বিভিন্ন নদীৰ মৎস্যকুল ধ্বংস কৰিব। এটা সময়ত দেশখনৰ আভ্যন্তৰীণ জলভাগৰ সমষ্ট জৈৱ বৈচিত্র্যকে ধ্বংস কৰিব বুলিও গৱেষকসকলে আশংকা কৰিছে; কিন্তু এনে আশংকালৈ চৰকাৰে মুঠেও কর্ণপাত কৰা নাই।

সেই অনুসৰি ইতিমধ্যে এই নলাৰ নিৰ্মাণ কাম বহুখিনি আগুৱাই নিয়া হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম শেষ কৰিবলৈ সংশ্লিষ্টসকলে চেষ্টা অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: China
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d