◆ অস্থিঅ’ আথ্ৰাইটিছ বেমাৰটো সাধাৰণতে অত্যধিক জোৰ পৰা শৰীৰৰ জোৰাত হয় ।
ADVERTISEMENT
◆ সাধাৰণতে এই ৰোগ আঁঠুৰ গাঁঠি,গোৰোহাৰ গাঁঠি আৰু কঁকালত বেছিকৈ হয় ।
◆ অস্থিঅ’ আথ্ৰাইটিছ ৰোগটো বিশেষকৈ বংশগত ৰোগ ।
◆ অত্যাধিক শকত লোকৰ এই বেমাৰ হোৱাৰ সম্ভাৱনা অধিক থাকে ।
◆ ইয়াৰ লক্ষ্যণ হৈছে অত্যাধিক বিষ ।