জাপানৰ স্বাস্থ্য বিভাগে ঘোষণা কৰা অনুসৰি, অহা ডিচেম্বৰৰ পৰা দেশখনত প্ৰথমে স্বাস্থ্যকৰ্মীসকলক ক’ভিডৰ বুষ্টাৰ প্ৰতিষেধ প্ৰদান কৰা হ’ব।
ADVERTISEMENT
ইয়াৰ বাবে ইতিমধ্যে দেশখনে বিশেষজ্ঞৰে এখন কমিটি গঠন কৰিছে।জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে দেশখনৰ বয়ষ্ক নাগৰিকসকলক ক’ভিডৰ বুষ্টাৰ প্ৰতিষেধক প্ৰদানৰ বাবে যো-জা চলাইছে।
স্বাস্থ্যকৰ্মীৰ লগতে প্ৰথম পৰ্যায়ত দেশখনত বয়ষ্ক নাগৰিকসকলকো ক’ভিডৰ বুষ্টাৰ প্ৰতিষেধক দিয়া হ’ব।