- দুৰ্গাপূজাৰ সময়ত বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতনৰ সন্দৰ্ভত সংবাদমেল
- এই সন্দৰ্ভত অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডলে গ্ৰহণ কৰিছে বিশেষ প্ৰস্তাৱ
- প্ৰতিখন ৰাজ্যতে এই প্ৰস্তাৱ ৰাষ্ট্ৰীয় সেৱক সংঘই আজি সংবাদ মাধ্যম যোগে প্ৰচাৰ
- ভৱিষ্যতে বাংলাদেশ চৰকাৰক এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে হেঁচা প্ৰয়োগ কৰিব ৰাষ্ট্ৰীয় সেৱক সংঘই
- বাংলাদেশ চৰকাৰে সেই ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা লৈছে যদিও পুনৰ এই ঘটনা নহ’বলৈ সকিয়নি ৰাষ্ট্ৰীয় সেৱক সংঘৰ ।
ADVERTISEMENT