Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আমি দুই-আমাৰ তিনি! প্রত্যেক ভাৰতীয় দম্পতীৰ তিনিটা সন্তান থকা উচিত

publisher by publisher
August 29, 2025
in India, News
Reading Time: 1 min read
0
আমি দুই-আমাৰ তিনি! প্রত্যেক ভাৰতীয় দম্পতীৰ তিনিটা সন্তান থকা উচিত
1
SHARES
5
VIEWS
ShareShareShareShare

জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে একাংশই আইন প্রণয়নৰ পোষকতা কৰি থকাৰ সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী মোহন ভাগৱতে মতপোষণ কৰিছে যে প্রত্যেক ভাৰতীয় দম্পতী তিনিটাকৈ সন্তানৰ পিতৃ-মাতৃ হ’ব লাগে। বংশক আগবঢ়াই নিয়াৰ উদ্দেশ্যে প্ৰতিগৰাকী মহিলাৰে উৰ্বৰতাৰ হাৰ অৰ্থাৎ সন্তান জন্ম দিয়াৰ ক্ষমতা ২.১ হ’ব লাগে বুলি বিশেষজ্ঞসকলে কৰি অহা মন্তব্যৰ আঁত ধৰি আৰএছএছ মুৰব্বীজনে আজি এই মন্তব্য কৰে।

ADVERTISEMENT

কালি ইয়াত এখন সংবাদমেলত ভাগবতে কয় যে বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে উৰ্বৰতাৰ হাৰ তিনিতকৈ কম হোৱা জনসমষ্টিসমূহ লাহে লাহে বিলুপ্ত হ’ব। গতিকে জন্মৰ হাৰ তিনি শতাংশতকৈ অধিক কৰি ৰাখিব লাগে বুলি তেওঁ মন্তব্য কৰে। এই সম্পৰ্কত আৰএছএছ মুৰব্বীজনে লগতে কয়, ‘চিকিৎসকসকলে মোক কৈছে যে সঠিক বয়সত বিবাহপাশত আবদ্ধ হ’ব লাগে আৰু প্রত্যেক দম্পতীয়ে তিনিটা সন্তানৰ পিতৃ-মাতৃ হোৱাটো নিশ্চিত কৰিব লাগে। যাতে পিতৃ-মাতৃ তথা সন্তানসকলৰ স্বাস্থ্য ভালে থাকে। তিনিটা সন্তানৰ পৰিয়ালসমূহৰ ল’ৰা-ছোৱালীয়ে অহংবোধ ব্যৱস্থাপনা শিকে আৰু ভৱিষ্যতে তেওঁলোকৰ পৰিয়ালত কোনো অশান্তিৰ সৃষ্টি নহয়। এই কথা চিকিৎসকসকলে কৈছে। আমাৰ দেশত = জন্মৰ হাৰ ২.১ হ’ব লাগে বুলি বিশেষজ্ঞসকলে কৈছে। গড় হিচাপত এইটো সুন্দৰ কথা; কিন্তু আপুনি কেতিয়াও ০.১ টা শিশু নাপায়। গণিতত ২.১ সংখ্যাটো দুইত পৰিণত হয়। কিন্তু জন্মৰ ক্ষেত্ৰত তিনি হ’ব লাগে।’

RelatedPosts

আমেৰিকাৰ ‘উদ্দেশ্য প্রণোদিত-পক্ষপাতমূলক’ প্রতিবেদনৰ তীব্র প্রতিক্রিয়া দিল্লীৰ

আৰ এছ এছ ৰ শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে ১০০ টকীয়া মুদ্ৰা আৰু ডাক টিকট

Mohan Bhagwat :৭৫ত মোদীৰ অৱসৰ : সুযোগৰ অপেক্ষাত থকা বিৰোধীৰ হাতত ‘অস্ত্র’ তুলি দিলে ভাগৱতৰ মন্তব্যই !

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নির্বাচনক লৈ পলম কৰা কাৰ্যক আজি কটাক্ষ কৰে আৰএছএছৰ মুৰব্বীজনে। আৰএছএছৰ ৰাজনৈতিক শাখাৰূপে পৰিচিত দলটোৱে অভিভাৱক সংগঠনৰ সিদ্ধান্ত নোপোৱাৰ বাবেই সভাপতি বাছনিত পলম হোৱা বুলি হৈ থকা চর্চা ভাগৱতে খণ্ডন কৰে। বৰঞ্চ তেওঁ বিজেপিক কটাক্ষহে কৰে।

বিষয়টো সম্পর্কত তেওঁ কয়, ‘ভাৰতীয় জনতা পাৰ্টিৰ বাবে আমি সিদ্ধান্ত লোৱাটো সঁচা নহয়।’ বিজেপিৰ বাবে সিদ্ধান্ত লোৱা হ’লে দলৰ সভাপতি নির্বাচনত এনে পলম নহ’লহেঁতেন বুলি ইংগিত দি তেওঁ কয়, ‘সিদ্ধান্ত গ্ৰহণৰ বাবে ইমান বেছি সময়ৰ প্ৰয়োজন নহ’লহেঁতেন। আমাৰ ক’বলগীয়া একো নাই। তেওঁলোকে সিদ্ধান্ত লওক।’

গতিকে আওপকীয়াকৈ আৰএছএছ মুৰব্বীজনে বিজেপিক শীঘ্রে সভাপতি নিৰ্বাচন কৰিবলৈ সোঁৱৰাই = দিলে বুলিও চর্চা হৈছে। লক্ষ্যণীয় যে ২০২০ৰ আৰম্ভণিতে বিজেপিৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰা জে পি নড্ডাৰ কাৰ্যকাল পৰৱৰ্তী সময়ত একাধিকবাৰ বৃদ্ধি কৰা হয়। গতিকে দলৰ নতুন সভাপতি নিৰ্বাচনৰ বিষয়টোৱে সময়ে সময়ে চর্চা লাভকৰি আহিছে।

শেহতীয়াভাবে সূত্রই প্রকাশ কৰা অনুসৰি, বিভিন্ন কাৰক বিশেষকৈ আকস্মিকভাৱে অহা ন ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলগা উপ-ৰাষ্ট্ৰপতি নির্বাচন, আৰএছএছ আৰু বিজেপিৰ জ্যেষ্ঠ এশ নেতাৰ স’তে আলোচনা কৰিবলৈ বাকী থকাৰ বাবে শাসক দলৰ নতুন সভাপতি নির্বাচনত পলম হৈছে। তৎসত্ত্বেও দলে নতুন সভাপতিৰ নেতৃত্বত আগন্তুক বিহাৰ বিধানসভা নির্বাচনত অৱতীৰ্ণ হ’ব বুলি শেহতীয়াভাৱে দলীয় সূত্রই প্রকাশ কৰিছে।

ইয়াৰ মাজতে চর্চা অব্যাহত আছে যে আৰএছএছে অনুমতি দিলেহে দলে সভাপতি নির্বাচন কৰিব। এনে অৱস্থাতে আজি স্বয়ং আৰএছএছৰ মুৰব্বীজনে সংগঠনৰ ৰাজনৈতিক শাখাটোক নতুন সভাপতি নিৰ্বাচনৰ কর্তৃত্ব আওপকীয়াকৈ প্ৰদান কৰে। উল্লেখ্য যে বহু বিষয়ত আৰএছএছৰ স’তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰৰ মত একে নহয় বুলিও সততে চৰ্চা হয়।

মোদী চৰকাৰৰ স’তে আৰএছএছৰ সম্পৰ্ক সন্দর্ভতো আজি সভাপতিয়ে মন্তব্য কৰে। এই সম্পৰ্কত তেওঁ কয়, ‘সংগ্রাম থাকিব পাৰে; কিন্তু কাজিয়া নাই। যেতিয়া আমি আপোচৰ কথা কওঁ তেতিয়া সংগ্ৰাম গভীৰ হয়।’

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ স’তে বিজেপি শাসিত আৰএছএছৰ সুসমন্বয় আছে বুলিও ভাগৱতে মন্তব্য কৰে। এই সম্পর্কত তেওঁ কয়, ‘আভ্যন্তৰীণ বৈপৰীত্য থকা বহু ব্যৱস্থা আছে। কোনো ধৰণে সংঘাত নাই। প্ৰতিখন চৰকাৰৰ স’তে আমাৰ সুসমন্বয় আছে।’ শতবর্ষ গৰকা আৰএছএছে বিজেপি আৰু দলৰ চৰকাৰসমূহৰ নীতি-নির্দেশনা দিয়া বুলি উত্থাপন হৈ থকা অভিযোগসমূহো কালি ভাগৱতে খণ্ডন কৰে।

তেওঁ কয় যে সিদ্ধান্ত সামূহিকভাবে লোৱা হয়। অৱশ্যে তেওঁ স্বীকাৰ কৰে যে সদায়ে আৰএছএছ সহমতত উপনীত নহয়। তৎসত্ত্বেও আৰএছএছে সংগঠনৰ সদস্যবৰ্গৰ ওপৰত আস্থা ৰাখে আৰু কিছু ক্ষেত্রত ঐক্যতান সৃষ্টি হ’ব বুলি ইতিবাচক হৈ থাকে। আনহাতে, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বিজেপি আৰু আৰএছএছে পৰস্পৰে পৰস্পৰৰ ওপৰত আস্থা ৰাখে বুলিও ভাগৱতে সদৰী কৰে।

এই সম্পৰ্কত তেওঁ আৰু কয়, ‘মতামত থাকিব পাৰে। কিন্তু আমি আলোচনা কৰো। এক সামুহিক সিদ্ধান্ত গৃহীত হয়।’ আৰএছএছৰ বিৰোধিতা কৰা বহুতে স্থিতি সলনি কৰে বুলি উল্লেখ কৰি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আৰএছএছ মুৰব্বীজনে কয়, ‘আমাৰ প্ৰতি বিৰোধীসকলৰ দৃষ্টিভংগীত এক পৰিৱৰ্তন দেখিবলৈ পাইছো। জয়প্রকাশ নাৰায়ণৰ পৰা প্ৰণৱ মুখার্জীলৈ-বহু মানুহে আমাৰ প্ৰতি থকা দৃষ্টিভংগী সলনি কৰিলে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: RSS
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d