Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Mohan Bhagwat :৭৫ত মোদীৰ অৱসৰ : সুযোগৰ অপেক্ষাত থকা বিৰোধীৰ হাতত ‘অস্ত্র’ তুলি দিলে ভাগৱতৰ মন্তব্যই !

মোদীৰ অৱসৰকেন্দ্ৰিক বিতর্ক অব্যাহত, ৰহস্যজনক মৌনতা শাসক দলৰ, আৰএছএছ-বিজেপিৰ বৃদ্ধি সংঘাত

publisher by publisher
July 12, 2025
in Assam, News
Reading Time: 2 mins read
0
Mohan Bhagwat :৭৫ত মোদীৰ অৱসৰ : সুযোগৰ অপেক্ষাত থকা বিৰোধীৰ হাতত ‘অস্ত্র’ তুলি দিলে ভাগৱতৰ মন্তব্যই !
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

Mohan Bhagwat :

এজন ব্যক্তিয়ে ৭৫ বছৰ বয়স পূর্ণ কৰাৰ লগে লগে স্বেচ্ছাই ৰাজহুৱা জীৱনৰ পৰা অব্যাহতি ল’ব লাগে বুলি অলগতে আৰএছএছ মুৰব্বী মোহন ভাগৱতে কৰা ইংগিতপূর্ণ মন্তব্যই যেন সুযোগৰ অপেক্ষাত থকা বিৰোধীৰ হাতত প্রধানমন্ত্রী নৰেন্দ্র মোদীক আক্ৰমণৰ ‘অস্ত্র’হে তুলি দিলে। আৰএছএছ মুৰব্বীৰ এই মন্তব্যৰ আঁত ধৰি একাংশ বিৰোধী দলে দাবী কৰিছে যে দৰাচলতে ভাগৱতে প্রধানমন্ত্রী মোদীক ইংগিত কৰিয়ে এই মন্তব্য কৰিছে।

ADVERTISEMENT

কাৰণ অহা ছেপ্টেম্বৰত মোদীয়ে ৭৫ বছৰ বয়স সম্পূর্ণ কৰিব। লক্ষ্যণীয়ভাৱে মোদীয়ে বয়সক দোহাই দি বিজেপিৰ দুই প্ৰতিষ্ঠাপক নেতা এল কে আদৱানী আৰু মুৰলী মনোহৰ যোশীকে সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতি দিয়া বুলি চর্চা হৈ আহিছে। লগতে তেওঁ পূর্বে ৭৫ ঊর্ধ্বৰ দলীয় নেতাক মন্ত্রীসভাত অন্তর্ভুক্তিৰো বিৰোধিতা কৰিছিল। গতিকে তেওঁ এই পথ অনুসৰণ কৰি স্বেচ্ছাই প্রধানমন্ত্ৰিত্বৰ পৰা অব্যাহতি ল’ব নেকি বুলি বিভিন্ন স্তৰত চৰ্চা হৈ আহিছে। এনে অৱস্থাত যোৱা বুধবাৰে নাগপুৰত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আৰএছএছ মুৰব্বী ভাগৱতে ৭৫ পূৰ্ণ কৰা ব্যক্তিয়ে স্বেচ্ছাই ৰাজহুৱা জীৱনৰ পৰা অব্যাহতি ল’ব লাগে বুলি ইংগিতপূর্ণ মন্তব্য কৰে।

তেওঁৰ এই মন্তব্যৰ বাতৰি প্ৰচাৰ হোৱাত বিভিন্ন বিৰোধী দলে প্রতিক্রিয়া প্রকাশ কৰিছে। বিষয়টো সন্দৰ্ভত শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেত্রী সাংসদ প্রিয়ংকা চতুর্বেদীয়ে কয় যে ভাগৱতৰ ভাষ্যই আৰএছএছ আৰু বিজেপিৰ মাজত ঘর্ষণ সৃষ্টিৰ আভাস প্রতিফলিত কৰিছে। বিৰোধী নেত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে বিজেপিয়ে সদায়ে জ্যেষ্ঠ নেতাসকলে যুৱ নেতাসকলক দায়িত্ব প্রদান কৰাৰ পোষকতা কৰে। এই সম্পৰ্কত তেওঁ আৰু কয়, ‘এয়া হৈছে যে বিজেপি আৰু আৰএছএছৰ মাজত সংঘাত চলি আছে তাৰ এক স্পষ্ট বার্তা।

২০১৪ত কেন্দ্রত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সময়ত দলৰ ৭৫ ঊর্ধ্বৰ নেতাসকলক মার্গদর্শক মণ্ডলীত অন্তর্ভুক্ত কৰে। তাৰ ১১ বছৰৰ পাছত এতিয়া আৰএছএছে বিজেপিক কি কৰিব লাগে সেয়া সোঁৱৰাই দিছে। আভ্যন্তৰীণ সংঘাত ৰাজহুৱা হ’ল। এই সংঘাতৰ ফল কি হ’ব কোনেও নাজানে।’ একেদৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেড়াই কয়, ‘ভাগৱতে এটা ভাল খবৰ দিলে। তেওঁ ক’লে যে ৭৫ বছৰ পূৰ্ণ কৰা এজন ব্যক্তিয়ে আনক সুযোগ দিব লাগে। এইটো কিয় ভাল খবৰ নহ’ব ? অহা ১১ ছেপ্টেম্বৰত ভাগৱতে আৰু ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰ মোদীয়ে ৭৫ বছৰ পূৰ্ণ কৰিব।’

# আৰএছএছৰ প্ৰতিক্রিয়া: মোদীক ইংগিত কৰি কোৱা নাই !

আৰএছএছে দাবী কৰে যে সংগঠনৰ মুৰব্বী ভাগৱতে প্রধানমন্ত্রীক উদ্দেশি ৭৫ বছৰীয়া ব্যক্তিয়ে ৰাজহুৱা জীৱনৰ পৰা স্বেচ্ছাই অৱসৰ ল’ব লাগে বুলি মন্তব্য কৰা নাই। বিজেপিৰ অভিভাৱক সংগঠনটোৰ মতে ভাগৱতে নাগপুৰৰ অনুষ্ঠানত যি মন্তব্য কৰিছিল সেই মন্তব্য কেৱল সংগঠনটোৰ নেতা প্রয়াত মৰোপান্ট পিংগালে সম্পর্কীয়হে আছিল।

উল্লেখ্য যে পিংগালে জীৱন আধাৰিত এখন গ্রন্থ উন্মোচনী সভাত ভাগৱতে এই আলোড়ন সৃষ্টিকাৰী মন্তব্য কৰে। অনুষ্ঠানত ভাগৱতে কয়, ‘পিংগালে এবাৰ কৈছিল যে যেতিয়া আপুনি গাত মেৰিয়াই লোৱা চাদৰখন ৭৫ বছৰীয়া হয় তেতিয়া আপুনি নিশ্চিত হ’ব লাগে যে আপুনি এটা নির্দিষ্ট বয়সত ভৰি দিছে আৰু দায়িত্বৰ পৰা স্বেচ্ছাই অব্যাহতি লৈ আনক কাম কৰিবলৈ দিব লাগে।’ যিহেতু আৰএছএছ বিজেপিৰ অভিভাৱক সংগঠন।

গতিকে সংগঠনৰ মুৰব্বীজনে প্রধানমন্ত্রী মোদীক উদ্দেশি এই মন্তব্য কৰা বুলি চৰ্চিত হয়। লক্ষ্যণীয়ভাবে বিষয়টোক লৈ কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই বিজেপিয়ে। ইয়ে বহুতৰে মনত বিষয়টোক লৈ অধিক কৌতূহলৰ সৃষ্টি কৰিছে। উল্লেখ্য যে আৰএছএছৰ অনুমতি নাপালে বিজেপিয়ে গুৰুত্বপূর্ণ সিদ্ধান্ত নলয় বুলিও সততে চর্চিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPMohan BhagwatPM Narendra ModiRSS
publisher

publisher

Related Posts

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d