মুক্তিৰ পূৰ্বে সমস্যাৰ সন্মুখীন ‘সূর্যবংশী’

director rohit shetty film suryavanshi 1024x576 1

দীপাৱলী-ভাইফোটৰ সময়তে, চিনেমা হলত মুক্তি পালে অক্ষয় কুমাৰ অভিনিত ৰোহিত শ্বেট্টিৰ ‘সূর্যবংশী’ । অৱশ্যে ছবি মুক্তিক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছিল । বৃহস্পতিবাৰে নিশা পর্যন্ত মাল্টিপ্লেক্সবোৰত ‘সূর্যবংশী’ৰ অগ্রিম বুকিং আৰম্ভ হোৱা নাছিল ।

আইনক্স, পিভিআৰ, চিনেপলিছৰ দৰে মাল্টিপ্লেক্সবোৰত শ্ব’-টাইম দিয়া নাছিল । ছিংগল স্ক্রিনত অৱশ্যে কোনো সমস্যাৰ সৃষ্টি হোৱা নাই । মাল্টিপ্লেক্সবোৰৰ স’তে মুনাফা সংক্রান্ত সমস্যাৰ সৃষ্টি হৈছিল প্রযোজনা সংস্থাৰ । বৃহস্পতিবার রাতেই সেই সমস্যার মীমাংসা হয়। ঘোষণা কৰা হয়, মাল্টিপ্লেক্সত মুক্তি পাব ‘সূর্যবংশী’ । কালি নিশাৰ পৰি অগ্রিম বুকিঙো আৰম্ভ হয় ।

পিভিআৰ-ৰ পূর্বাঞ্চলীয় শাখাৰ এজন বিষয়াই কয়, মুম্বাইৰ কাৰ্যালয়ৰ তৰফৰ পৰা বুকিং স্থগিত ৰখাৰ নির্দেশ আহিছিল । মুক্তিৰ আগ ৰাতি গ্রিন ছিগ্নেল দিয়ে ।

Exit mobile version