গুৱাহাটীৰ পৰ্যটনৰ অন্যতম কেন্দ্ৰ লাচিতঘাট। মহাবাহুৰ বুকুত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখভাগত এতিয়া ভৰি পৰিছে কালী প্ৰতিমা ,পূজাৰ সামগ্ৰী ,আৱৰ্জনা পলিথিনেৰে ।
ADVERTISEMENT
ইফালে একাংশ অসচেতন লোকে পূজা -অৰ্চনা কৰি কৰি দেৱীৰ মূৰ্তিৰ তথা সামগ্ৰীসমূহ ব্ৰহ্মপুত্ৰৰ পাৰতে পেলাই থৈ যোৱাৰ ফলত এতিয়া প্ৰদূষিত হৈছে লুইতৰ পানী।