টিকঅ’ অলিম্পিকত ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপাললৈ পদ্মশ্ৰী সন্মান

1636358446 9951

টিকঅ’ অলিম্পিকত ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপালক সোমাবাৰে প্ৰদান কৰা হয় পদ্মশ্ৰী বঁটা।

দিল্লীত উপস্থিত হৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই প্ৰদান কৰে এই বঁটা ।

টকিঅ’ গেমছত ৰাণী নেতৃত্বতাধীন ভাৰতীয় দলে লাভ কৰে চতুৰ্থ স্থান।

Exit mobile version