Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

publisher by publisher
April 28, 2026
in International, News
Reading Time: 1 min read
0
প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগী উপসাগৰীয় দেশসমূহৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ হুংকাৰ দিছে ইৰানে। মার্কিন প্ৰশাসনৰ স’তে দ্বিতীয় লানি শান্তি আলোচনাত অনিশ্চয়তা বর্তি থকাক লৈ ক্ষুব্ধ হৈ দেশখনে প্রতিবেশী ৰাষ্ট্ৰসমূহৰ প্ৰতি এই ভাবুকি দিছে।

ADVERTISEMENT

উল্লেখ্য যে বর্তমানেও হৰমুজ প্রণালীৰে তৈলবাহী জাহাজ চলাচল সুচল হোৱা নাই। ইয়াক লৈ অচলাবস্থা বিৰাজ কৰি থকাৰ সময়তে আজি ইৰানৰ উপ-ৰাষ্ট্ৰপতি ইছমাইল ছাঘব এছফানিয়ে কয়, ‘যিকোনো যুদ্ধৰ প্ৰত্যুত্তৰ আমি দিম। হৰমুজ প্ৰকল্পৰ চলিত অৱৰোধৰ ফলত যদি আমাৰ তেলখাদকে ধৰি কোনো আন্তঃগাঁথনি ক্ষতিগ্রস্ত হয়, তেন্তে আগ্রাসনকাৰী (আমেৰিকা যুক্তৰাষ্ট্ৰ) ক সমর্থন জনোৱা দেশসমূহৰ ওপৰত চাৰিগুণ অধিক আক্রমণ সংঘটিত কৰা হ’ব। আমি সুকীয়া ধৰণৰে অংক কৰো। এটা তেলখাদ সমান চাৰিটা তেলখাদ (ইৰানৰ এটা তেলখাদত আক্রমণ কৰিলে প্ৰতিৱেশী মার্কিন সমর্থনপুষ্ট চাৰিটা তেলখাদ ধ্বংস কৰা হ’ব)!’

লক্ষ্যণীয় যে পাকিস্তানৰ মধ্যস্থতাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ স’তে ইৰানে যুদ্ধবিৰতি কৰিলেও ট্রাম্পে ইছলামিক ৰাষ্ট্ৰখনক ধাৰাবাহিক ভাবুকি দি আহিছে। আনকি ইৰানৰ তৈলবাহী জাহাজ চলাচলত স্থায়ী চাপ সৃষ্টিৰো অলপতে হুংকাৰ দিয়ে ট্রাম্পে। যোৱা সপ্তাহত সামাজিক মাধ্যমত এটা প’ষ্টত ট্রাম্পে কয়, ‘বিত্তীয়ভাৱে ইৰান ভাঙি পৰিছে। নগদ ধনৰ দুর্ভিক্ষত ভুগি তেওঁলোকে হৰমুজ প্রণালী তাৎক্ষণিকভাবে মুকলি দিয়াতো বিচাৰিছে। এদিনত পাঁচ নিযুত ডলাৰকৈ লোকচান ভৰিছে। সামৰিক বাহিনী আৰু আৰক্ষীয়ে আপত্তি দি আহিছে যে তেওঁলোকে দৰমহা পোৱা নাই।’

ট্রাম্পৰ এনে ভাবুকিসূচক মন্তব্যৰ প্ৰত্যুত্তৰ দিছে ইৰান সংসদৰ অধ্যক্ষ এম বি ঘালিবাফেও। হৰমুজ প্রণালীত বিৰাজ কৰি থকা অচলাৱস্থাই ইৰানৰ বাবে সুযোগ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি ঘালিবাফে কয়, ‘তেওঁলোকে যোগান আৰু চাহিদাক লৈ অহংকাৰ কৰিছে। অধিক মূল্য ভৰিব লাগিব।’ গ্রীষ্মৰ দিনত তেলৰ চাহিদা সর্বাধিক হয়। যদি হৰমুজ প্রণালী বন্ধ থাকে, তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰত তেলৰ মূল্যই মূধচ স্পৰ্শ কৰিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IranIsrael
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d