বিবাহপাশত আৱদ্ধ হ’ল মালালা

1280

বিবাহপাশত আৱদ্ধ হ’ল মালালা ইউছুফজাই । মঙলবাৰে বাৰ্মিংহামত এক ঘৰুৱা অনুষ্ঠানত শান্তিৰ নবেল বঁটা লাভ কৰা পাকিস্তানী এই যুৱতীগৰাকী  আৱদ্ধ হয় বিবাহপাশত।

পাত্ৰৰ নাম আছাৰ মালিক।আছাৰ পাক ক্ৰিকেট ব’ৰ্ডৰ মহাপ্ৰৱন্ধক।মঙলবাৰে বিয়াৰ খবৰ নিজেই টুইট কৰি জনালে মালালাই ।

বিয়াৰ ফটো প’ষ্ট কৰি তেওঁ লিখিছে, ‘মোৰ জীৱনৰ অতি মূল্যৱান মুহূৰ্ত। মই আছাৰ আৰু মই বিবাহপাশত আৱদ্ধ হৈছো। ‘

Exit mobile version