Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দ্বিধাগ্ৰস্ত ৰাইজক ক’ভিড প্ৰতিষেধক লোৱাৰ আহ্বান

সাত জিলাৰ খিলঞ্জীয়া পন্থাৰ প্ৰতিনিধি, খ্ৰীষ্টান ধৰ্মীয় নেতৃত্ব, সামাজিক কৰ্মীৰে দিছপুৰত স্বাস্থ্যমন্ত্ৰী-মুখ্য সচিবৰ বৈঠক

publisher by publisher
November 12, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
7
SHARES
68
VIEWS
ShareShareShareShare

অসমত চলিত মাহৰ ভিতৰতে ১০০ শতাংশ যোগ্য লোকৰ প্ৰথম পালি ক’ভিড টীকাকৰণ সম্পূৰ্ণ কৰিবলৈ জোৰদাৰ প্ৰয়াস চলাইছে ৰাজ্য চৰকাৰে । এই পৰ্যন্ত ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা সকলো যোগ্য লোকক ক’ভিডৰ সুৰক্ষা কৱচস্বৰূপ প্ৰতিষেধক গ্ৰহণৰ বাবে উৎসাহী কৰি তোলাৰ বাবে ধৰ্মগুৰু, খিলঞ্জীয়া পন্থাৰ নেতৃত্ব তথা স্থানীয় সামাজিক কৰ্মীসকলক বিশেষ উদ্যোগ ল’বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে ।

ADVERTISEMENT

এই সন্দৰ্ভত দিছপুৰৰ জনতা ভৱনত আজি সাতখন জিলাৰ থলুৱা লোক-বিশ্বাস অনুসৰণকাৰী পন্থাৰ প্ৰতিনিধি, খ্ৰীষ্টান ধৰ্মীয় নেতৃত্ব আৰু সামাজিক কৰ্মকৰ্তাৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব জিষ্ণু বৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । কোকৰাঝাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, গোৱালপাৰা, ওদালগুৰি, শোণিতপুৰ আৰু কামৰূপ(মহানগৰ) জিলাৰ একুৰিৰো অধিক ধৰ্মীয় নেতা, থলুৱা পন্থাৰ প্ৰতিনিধি আৰু সামাজিক কৰ্মীয়ে এই বৈঠকত অংশগ্ৰহণ কৰে । স্বাস্থ্য বিভাগৰ সচিব সিদ্ধাৰ্থ সিং, এনএইচএমৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মনন, পৰিয়াল কল্যাণ সঞ্চালক মুনীন্দ্ৰনাথ নাটে আৰু কামৰূপ(মহানগৰ)ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে চাৰিখন জিলাৰ অতিৰিক্ত উপায়ুক্তয়ো ভাগ লয় ।

RelatedPosts

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

Agp Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা

এই বৈঠকত এইকেইখন জিলাৰ লগতে ডিমা হাচাও, কাচাৰ, বাগচা, দৰং আৰু চিৰাঙকে ধৰি কে’বাখনো জিলাৰ বহু ভিতৰুৱা, পাহাৰীয়া, সীমান্তৱৰ্তী তথা চাহ বাগিচা অঞ্চলৰ বহু অংশত এতিয়াও সৰহসংখ্যক লোকেই ক’ভিড প্ৰতিষেধক ল’বলৈ অনিচ্ছুক হৈ ৰোৱাৰ কাৰকসমূহৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হয় । বৈঠকত স্বাস্থ্যমন্ত্ৰী, মুখ্য সচিব, স্বাস্থ্য বিভাগৰ সচিব আৰু এনএইচএমৰ ৰাজ্যিক সঞ্চালকে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তা আৰু উপযোগিতা সম্পৰ্কে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰাজ্যবাসীক ক’ভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰাৰ বাবে নৱেম্বৰৰ ভিতৰতে ৰাজ্যখনে এশ শতাংশ যোগ্য লোকক প্ৰথম পালি ক’ভিড প্ৰতিষেধক দি সম্পূৰ্ণ কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্দিষ্ট কৰাৰ বিষয়েও অৱগত কৰে ।

ইতিমধ্যে ৰাজ্যত ১৮ বছৰৰ ঊৰ্দ্ধৰ ২.০৪ কোটিৰো অধিক লোকে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বিপৰীতে এতিয়াও কোকৰাঝাৰ জিলাৰ কচুগাঁও, চৰাইবিল, শোণিতপুৰৰ ঢেকিয়াজুলী, গোৱালপাৰাৰ ৰঙাজুলি, পশ্চিম কাৰ্বি আংলঙৰ জিৰিকান্দিং, উমপাইনাইৰ লগতে গোৱালপাৰা আৰু ওদালগুৰিৰ বহু ভিতৰুৱা গাৰো গাঁও, বিটিআৰৰ ভূটান সীমান্তৱৰ্তী এলেকাত কে’বা হেজাৰ লোকে বিভিন্ন উৰা বাতৰি, অপপ্ৰচাৰ, অন্ধ বিশ্বাস আদিৰ বাবে ক’ভিড প্ৰতিষেধককলৈ দ্বিধাগ্ৰস্ত আৰু অনিচ্ছুক হৈ আছে ।

জিলাকেইখনৰ এই অঞ্চলসমূহৰ বাসিন্দাসকলৰ মাজত ক’ভিড প্ৰতিষেধক গ্ৰহণৰ উপযোগিতাৰ বিষয়ে জনসজাগতা বৃদ্ধি আৰু ক’ভিড প্ৰতিষেধক সম্পৰ্কীয় উৰা বাতৰি-অপপ্ৰচাৰ আদিয়ে সৃষ্টি কৰা বিভ্ৰান্তি আঁতৰাই ৰাইজক প্ৰতিষেধক ল’বলৈ উৎসাহী কৰিবলৈ স্থানীয় গীৰ্জাঘৰ, থলুৱা পন্থাৰ প্ৰতিনিধি আৰু সামাজিক কৰ্মীসকলে জিলা প্ৰশাসনৰ সহযোগত অহা ১৪ নৱেম্বৰৰ পৰাই সক্ৰিয়তাৰে উদ্যোগ ল’বলৈ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যসচিবে জনোৱা আহ্বানলৈ বৈঠকত অংশগ্ৰহণকাৰী ধৰ্মীয় নেতা-প্ৰতিনিধিসকলে পূৰ্ণ সঁহাৰি জনায় ।

এই ক্ষেত্ৰত তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত আৰু স্বায়ত্ব পৰিষদৰ প্ৰধান সচিবসকলক আজিৰ ভিতৰতে মুখ্য সচিবে নিৰ্দেশনা আগবঢ়াব । জিলা উপায়ুক্তসকলে স্থানীয় ধৰ্মীয় নেতা-সামাজিক কৰ্মী আৰু বিশিষ্ট লোকৰ সহযোগত এনে গাঁও-অঞ্চলসমূহত বাসিন্দাসকলৰ মাজত ক’ভিড প্ৰতিষেধকক লৈ থকা দ্বিধাগ্ৰস্ততা আঁতৰোৱাৰ বাবে প্ৰয়োজনীয় কাৰ্য পৰিকল্পনা স্থিৰ কৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jishnu BaruaKeshab Mahanta
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d