Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভৈৰৱকুণ্ডৰ ধনশ্ৰী মানৱসৃষ্ট অৰণ্যত ৰহস্যজনক বনজুই

দুৰ্বৃত্তই হিংসাজনিত কাৰণত অগ্নিসংযোগ কৰাৰ দাবী অৰণ্য সমিতিৰ

publisher by publisher
November 15, 2021
in Assam, News
Reading Time: 1 min read
0
ভৈৰৱকুণ্ডৰ ধনশ্ৰী মানৱসৃষ্ট অৰণ্যত ৰহস্যজনক বনজুই
3
SHARES
30
VIEWS
ShareShareShareShare

বিগত প্ৰায় দুটা দিন ধৰি ৰহস্যজনক অগ্নিকাণ্ডত জ্বলি আছে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডস্থিত ধনশ্ৰী মানৱসৃষ্ট অৰণ্য। যোৱা শনিবাৰৰ পৰা জ্বলি থকা অৰণ্যখনৰ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও অৰণ্যখনৰ প্ৰায় দহ বিঘাতকৈ অধিক অঞ্চলত জুয়ে আগুৰি ধৰা দেখা গৈছে।

ADVERTISEMENT

২০১৪ চনতে ধনশ্ৰী জইন্ট ফৰেষ্ট মেনেজমেন্ট কমিটিৰ তত্বাৱধানত গঢ়ি উঠা এই মানৱ সৃষ্ট অৰণ্যত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত ইতিমধ্যে জুয়ে বহু মূল্যৱান গছৰ ক্ষতিসাধন কৰিছে।

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

অৰণ্যখনত বৰ্তমান মাইব্ৰা আৰু ফেৰেঙ্গা নামৰ দুটাকৈ শিৱিৰ আছে যদিও মাইব্ৰা শিৱিৰৰ সমীপৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ ইতিমধ্যে অৰণ্যখনৰ বহু অঞ্চললৈ জুই বিয়পি পৰিছে।

এই অগ্নিকাণ্ডৰ ফলত মানৱসৃষ্ট অৰণ্যখনৰ বহু সৰু বৰ গছ জুইত জাহ যোৱাৰ লগতে আন বহুতো গছৰ গুৰিৰ অংশত সংঘটিত জুইৰ উত্তাপত গছবোৰ মৰহি যোৱা পৰিলক্ষিত হৈছে।

যাৰ ফলত অৰণ্যখনৰ সহস্ৰাধিক গছ মৃত্যু হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ ফলত অৰণ্যখনত থকা বন্যপ্ৰাণী তথা পক্ষীকুলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই অগ্নিকাণ্ড সন্দৰ্ভত অৰণ্য সমিতিয়ে অগ্নি নিৰ্বাপক বাহিনীক খবৰ নিদিয়া বিষয়টো ৰহস্যজনক হৈ পৰিছে।

উল্লেখ্য যে, ধনশ্ৰী বন সংমণ্ডলৰ উদ্যোগত ২০১৪ বৰ্ষত স্থানীয় সাতখন গাওঁৰ উদ্যমী যুৱকসকলক লগত লৈ ধনশ্ৰী-চিকাৰীদাঙ্গা নামেৰে এখন বন পৰিচালনা সমিতি গঠন কৰি সমিতিখনৰ উদ্যোগত ধনশ্ৰী সংৰক্ষিত বনাঞ্চলৰ ভূমিত বৃক্ষৰোপণ আৰম্ভ কৰিছিল।

প্ৰায় ৬০০ হেক্টৰ মাটিত বন বিভাগৰ উদ্যোগত তথা অৰণ্য সমিতিৰ সহযোগত ২০১৪ চনৰ পৰা আজিলৈকে প্ৰায় ১২ লাখতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছিল। বিশেষকৈ ৰোপন কৰা খৈয়েৰ গছবোৰ লহপহকৈ বাঢ়ি এক সুন্দৰ সেউজ পৰিৱেশৰ সূচনা হৈছিল ভৈৰৱকুণ্ডৰ পূৱ প্ৰান্তত অৱস্থিত এই ধনশ্ৰী মানৱসৃষ্ট অৰণ্যখনত।

ভৈৰৱকুণ্ড বনভোজস্থলীলৈ অহা পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল বনভোজস্থলীৰ গাতে গঢ়ি উঠা এই ধনশ্ৰী মানৱসৃষ্ট অৰণ্যখন। ঠিক তেনে সময়তে অৰণ্যখনৰ ওপৰত এক দুষ্ট চক্ৰৰ চকু পৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি অৰণ্যখনত ইয়াৰ পূৰ্ৱেও তেনে দুৰ্বৃত্বই কেইৱাবাৰো অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছিল। এই সন্দৰ্ভত অৰণ্য সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক টাটা দৈমাৰীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে “মানৱসৃষ্ট অৰণ্যখনত একাংশ লোকৰ চকু পৰিছে।

যাৰ বাবে অৰণ্যখনৰ মাটি দখলৰ বাবে এটা চক্ৰই চেষ্টা চলাই আছে। ইয়াৰ পূৰ্ৱেও কেইৱাবাৰো অৰণ্যখনত দুৰ্বৃত্বই অগ্নিসংযোগ কৰিছিল যদিও বন বিভাগ তথা প্ৰশাসনক খবৰ দিয়া হৈছিল।

বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অৰণ্য সমিতিয়ে পূৰ্ৱৰ সময়ছোৱত নিজাবৱীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি অগ্নি নিৰ্বাপন কৰিছো। আন একাংশ মাছমৰীয়া তথা স্থানীয় লোকে এই অঞ্চলত মাজে সময়ে অগ্নিসংযোগ কৰে।” আনহাতে অঞ্চলটোত বন্যহস্তীৰ বিচৰণৰ বাবেও অচিনাকী দুৰ্বৃত্বই হাতী খেদিবলৈ ঘন অৰণ্যখনত অগ্নিসংযোগ কৰাৰ কথা দৈমাৰীয়ে জানিবলৈ দিছে।

ইফালে বৰ্তমান মানৱসৃষ্ট অৰণ্যখনত জ্বলি থকা জুইকুৰাৰ গতিয়ে নিশাটোৰ ভিতৰতে বহুদূৰ বিয়পি পৰাৰ আশংকাই দেখা দিছে। কিন্তু ইয়াৰ পাছতে এইবাৰ অগ্নি নিৰ্বাপনৰ বাবে অৰণ্য সমিতিখনে নিজাবৱীয়াকৈ কোনো প্ৰচেষ্টা চলোৱা বা প্ৰশাসন তথা অগ্নি নিৰ্বাপক বাহিনীক খবৰ নিদিয়া বিষয়টোৱে অৰণ্য সমিতিখনৰ ওপৰতো ৰহস্যৰ সৃষ্টি কৰিছে।

বিষয়টো সন্দৰ্ভত সমিতিৰ নেতৃত্ব দৈমাৰীক প্ৰশ্ন কৰাত তেওঁ বন বিভাগ তথা প্ৰশাসনক দোষাৰোপ কৰি পূৰ্ৱে খবৰ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবে এইবাৰ বৰ্তমানলৈ খবৰ নিদিয়াৰ কথা স্বীকাৰ কৰে।

লগতে তেওঁ এই অগ্নিকাণ্ড প্ৰাকৃতিক কাৰণ বুলি দাবী কৰি কয় যে “বালি আৰু শিলেৰে আৱৰা মৰুভুমিসদৃশ অৰণ্যখনত প্ৰতিবছৰে এনেদৰে অগ্নিকাণ্ড সংঘটিত হয়। প্ৰতিবছৰে ফেব্ৰুৱাৰী মাৰ্চ মাহত সংঘটিত অগ্নিকাণ্ডত অৰণ্যখনৰ ৭০ শতাংশ ক্ষতিগ্ৰস্থ কৰৈ যদিও বৰ্তমান আগতিয়াকৈ সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ৩০ শতাংশ অৰণ্য অঞ্চল ক্ষতিগ্ৰস্থ হব।

বৰ্তমান প্ৰায় পাঁচ বিঘা অৰণ্যত অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত প্ৰায় দুই সহস্ৰাধিক গছ আছে যদিও অগ্নিকাণ্ডৰ ফলত প্ৰায় ছয়ৰ পৰা সাতশ গছৰ ক্ষতি হোৱাৰ আশংকা আছে।” উল্লেখ্য যে বৰ্তমান তিনিদিন ধৰি জ্বলি থকা অগ্নিকাণ্ডই যে এইবেলি অৰণ্যখনৰ বহু বৃস্তীৰ্ণ অঞ্চল আৱৰি লব সেয়া দেখিলেই বুজিব পৰা যায়।

ঘটনা সন্দৰ্ভত প্ৰকৃতিপ্ৰেমীয়ে অগ্নিকাণ্ডৰ তদন্তৰ কথা উল্লেখ কৰে। একাংশ লোকে এয়া এক পৰিকল্পিত অগ্নিসংযোগৰ ঘটনা বুলি দাবী কৰিব চেষ্টা কৰিছে। বৰ্তমান ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত গঢ় লৈ উঠা একাধিক সৰু-বৰ ৰিজৰ্টৰ ক্ষেত্ৰত পৰ্যটকৰ আকৰ্ষণৰ প্ৰতি লক্ষ ৰাখি এনে অৰণ্য ধ্বংস কৰি ধুৰন্ধৰ চক্ৰটোৱে তাত ৰিজ’ৰ্ট স্থাপনৰ সপোন দেখিছে সেই সন্দেহো নস্যাৎ কৰিব নোৱাৰি।

গতিকে এনে বনজ সম্পদ চকুৰ সন্মুখতে ধ্বংসৰ দৃশ্য দেখিও নেদেখাৰ ভাও জুৰি আছে ওদালগুৰি প্ৰশাসনে। প্ৰশাসনৰ এনে নিষ্ক্ৰিয় ভুমিকাই বনধ্বংসকাৰী দুষ্ট চক্ৰটোক উৎসাহিত কৰিব বুলি প্ৰকৃতিপ্ৰেমীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBhairabkundaForest FireUdalguri
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d