Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভৈৰৱকুণ্ডৰ ধনশ্ৰী মানৱসৃষ্ট অৰণ্যত ৰহস্যজনক বনজুই

দুৰ্বৃত্তই হিংসাজনিত কাৰণত অগ্নিসংযোগ কৰাৰ দাবী অৰণ্য সমিতিৰ

publisher by publisher
November 15, 2021
in Assam, News
Reading Time: 1 min read
0
ভৈৰৱকুণ্ডৰ ধনশ্ৰী মানৱসৃষ্ট অৰণ্যত ৰহস্যজনক বনজুই
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

বিগত প্ৰায় দুটা দিন ধৰি ৰহস্যজনক অগ্নিকাণ্ডত জ্বলি আছে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডস্থিত ধনশ্ৰী মানৱসৃষ্ট অৰণ্য। যোৱা শনিবাৰৰ পৰা জ্বলি থকা অৰণ্যখনৰ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও অৰণ্যখনৰ প্ৰায় দহ বিঘাতকৈ অধিক অঞ্চলত জুয়ে আগুৰি ধৰা দেখা গৈছে।

ADVERTISEMENT

২০১৪ চনতে ধনশ্ৰী জইন্ট ফৰেষ্ট মেনেজমেন্ট কমিটিৰ তত্বাৱধানত গঢ়ি উঠা এই মানৱ সৃষ্ট অৰণ্যত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত ইতিমধ্যে জুয়ে বহু মূল্যৱান গছৰ ক্ষতিসাধন কৰিছে।

অৰণ্যখনত বৰ্তমান মাইব্ৰা আৰু ফেৰেঙ্গা নামৰ দুটাকৈ শিৱিৰ আছে যদিও মাইব্ৰা শিৱিৰৰ সমীপৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ ইতিমধ্যে অৰণ্যখনৰ বহু অঞ্চললৈ জুই বিয়পি পৰিছে।

এই অগ্নিকাণ্ডৰ ফলত মানৱসৃষ্ট অৰণ্যখনৰ বহু সৰু বৰ গছ জুইত জাহ যোৱাৰ লগতে আন বহুতো গছৰ গুৰিৰ অংশত সংঘটিত জুইৰ উত্তাপত গছবোৰ মৰহি যোৱা পৰিলক্ষিত হৈছে।

যাৰ ফলত অৰণ্যখনৰ সহস্ৰাধিক গছ মৃত্যু হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ ফলত অৰণ্যখনত থকা বন্যপ্ৰাণী তথা পক্ষীকুলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই অগ্নিকাণ্ড সন্দৰ্ভত অৰণ্য সমিতিয়ে অগ্নি নিৰ্বাপক বাহিনীক খবৰ নিদিয়া বিষয়টো ৰহস্যজনক হৈ পৰিছে।

উল্লেখ্য যে, ধনশ্ৰী বন সংমণ্ডলৰ উদ্যোগত ২০১৪ বৰ্ষত স্থানীয় সাতখন গাওঁৰ উদ্যমী যুৱকসকলক লগত লৈ ধনশ্ৰী-চিকাৰীদাঙ্গা নামেৰে এখন বন পৰিচালনা সমিতি গঠন কৰি সমিতিখনৰ উদ্যোগত ধনশ্ৰী সংৰক্ষিত বনাঞ্চলৰ ভূমিত বৃক্ষৰোপণ আৰম্ভ কৰিছিল।

প্ৰায় ৬০০ হেক্টৰ মাটিত বন বিভাগৰ উদ্যোগত তথা অৰণ্য সমিতিৰ সহযোগত ২০১৪ চনৰ পৰা আজিলৈকে প্ৰায় ১২ লাখতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছিল। বিশেষকৈ ৰোপন কৰা খৈয়েৰ গছবোৰ লহপহকৈ বাঢ়ি এক সুন্দৰ সেউজ পৰিৱেশৰ সূচনা হৈছিল ভৈৰৱকুণ্ডৰ পূৱ প্ৰান্তত অৱস্থিত এই ধনশ্ৰী মানৱসৃষ্ট অৰণ্যখনত।

ভৈৰৱকুণ্ড বনভোজস্থলীলৈ অহা পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল বনভোজস্থলীৰ গাতে গঢ়ি উঠা এই ধনশ্ৰী মানৱসৃষ্ট অৰণ্যখন। ঠিক তেনে সময়তে অৰণ্যখনৰ ওপৰত এক দুষ্ট চক্ৰৰ চকু পৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি অৰণ্যখনত ইয়াৰ পূৰ্ৱেও তেনে দুৰ্বৃত্বই কেইৱাবাৰো অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছিল। এই সন্দৰ্ভত অৰণ্য সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক টাটা দৈমাৰীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে “মানৱসৃষ্ট অৰণ্যখনত একাংশ লোকৰ চকু পৰিছে।

যাৰ বাবে অৰণ্যখনৰ মাটি দখলৰ বাবে এটা চক্ৰই চেষ্টা চলাই আছে। ইয়াৰ পূৰ্ৱেও কেইৱাবাৰো অৰণ্যখনত দুৰ্বৃত্বই অগ্নিসংযোগ কৰিছিল যদিও বন বিভাগ তথা প্ৰশাসনক খবৰ দিয়া হৈছিল।

বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অৰণ্য সমিতিয়ে পূৰ্ৱৰ সময়ছোৱত নিজাবৱীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি অগ্নি নিৰ্বাপন কৰিছো। আন একাংশ মাছমৰীয়া তথা স্থানীয় লোকে এই অঞ্চলত মাজে সময়ে অগ্নিসংযোগ কৰে।” আনহাতে অঞ্চলটোত বন্যহস্তীৰ বিচৰণৰ বাবেও অচিনাকী দুৰ্বৃত্বই হাতী খেদিবলৈ ঘন অৰণ্যখনত অগ্নিসংযোগ কৰাৰ কথা দৈমাৰীয়ে জানিবলৈ দিছে।

ইফালে বৰ্তমান মানৱসৃষ্ট অৰণ্যখনত জ্বলি থকা জুইকুৰাৰ গতিয়ে নিশাটোৰ ভিতৰতে বহুদূৰ বিয়পি পৰাৰ আশংকাই দেখা দিছে। কিন্তু ইয়াৰ পাছতে এইবাৰ অগ্নি নিৰ্বাপনৰ বাবে অৰণ্য সমিতিখনে নিজাবৱীয়াকৈ কোনো প্ৰচেষ্টা চলোৱা বা প্ৰশাসন তথা অগ্নি নিৰ্বাপক বাহিনীক খবৰ নিদিয়া বিষয়টোৱে অৰণ্য সমিতিখনৰ ওপৰতো ৰহস্যৰ সৃষ্টি কৰিছে।

বিষয়টো সন্দৰ্ভত সমিতিৰ নেতৃত্ব দৈমাৰীক প্ৰশ্ন কৰাত তেওঁ বন বিভাগ তথা প্ৰশাসনক দোষাৰোপ কৰি পূৰ্ৱে খবৰ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবে এইবাৰ বৰ্তমানলৈ খবৰ নিদিয়াৰ কথা স্বীকাৰ কৰে।

লগতে তেওঁ এই অগ্নিকাণ্ড প্ৰাকৃতিক কাৰণ বুলি দাবী কৰি কয় যে “বালি আৰু শিলেৰে আৱৰা মৰুভুমিসদৃশ অৰণ্যখনত প্ৰতিবছৰে এনেদৰে অগ্নিকাণ্ড সংঘটিত হয়। প্ৰতিবছৰে ফেব্ৰুৱাৰী মাৰ্চ মাহত সংঘটিত অগ্নিকাণ্ডত অৰণ্যখনৰ ৭০ শতাংশ ক্ষতিগ্ৰস্থ কৰৈ যদিও বৰ্তমান আগতিয়াকৈ সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ৩০ শতাংশ অৰণ্য অঞ্চল ক্ষতিগ্ৰস্থ হব।

বৰ্তমান প্ৰায় পাঁচ বিঘা অৰণ্যত অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত প্ৰায় দুই সহস্ৰাধিক গছ আছে যদিও অগ্নিকাণ্ডৰ ফলত প্ৰায় ছয়ৰ পৰা সাতশ গছৰ ক্ষতি হোৱাৰ আশংকা আছে।” উল্লেখ্য যে বৰ্তমান তিনিদিন ধৰি জ্বলি থকা অগ্নিকাণ্ডই যে এইবেলি অৰণ্যখনৰ বহু বৃস্তীৰ্ণ অঞ্চল আৱৰি লব সেয়া দেখিলেই বুজিব পৰা যায়।

ঘটনা সন্দৰ্ভত প্ৰকৃতিপ্ৰেমীয়ে অগ্নিকাণ্ডৰ তদন্তৰ কথা উল্লেখ কৰে। একাংশ লোকে এয়া এক পৰিকল্পিত অগ্নিসংযোগৰ ঘটনা বুলি দাবী কৰিব চেষ্টা কৰিছে। বৰ্তমান ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত গঢ় লৈ উঠা একাধিক সৰু-বৰ ৰিজৰ্টৰ ক্ষেত্ৰত পৰ্যটকৰ আকৰ্ষণৰ প্ৰতি লক্ষ ৰাখি এনে অৰণ্য ধ্বংস কৰি ধুৰন্ধৰ চক্ৰটোৱে তাত ৰিজ’ৰ্ট স্থাপনৰ সপোন দেখিছে সেই সন্দেহো নস্যাৎ কৰিব নোৱাৰি।

গতিকে এনে বনজ সম্পদ চকুৰ সন্মুখতে ধ্বংসৰ দৃশ্য দেখিও নেদেখাৰ ভাও জুৰি আছে ওদালগুৰি প্ৰশাসনে। প্ৰশাসনৰ এনে নিষ্ক্ৰিয় ভুমিকাই বনধ্বংসকাৰী দুষ্ট চক্ৰটোক উৎসাহিত কৰিব বুলি প্ৰকৃতিপ্ৰেমীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBhairabkundaForest FireUdalguri
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d