Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰতিশ্ৰুতি প্ৰকাশনৰ চাৰিখন গ্ৰন্থ উন্মোচন

publisher by publisher
November 18, 2021
in Assam, India, News
Reading Time: 1 min read
0
প্ৰতিশ্ৰুতি প্ৰকাশনৰ চাৰিখন গ্ৰন্থ উন্মোচন
3
SHARES
27
VIEWS
ShareShareShareShare

ৰাজ্যৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী প্ৰতিশ্ৰুতি প্ৰকাশনৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰকাশনৰ চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয় ।

ADVERTISEMENT

সভাত ডেনিছ হাজৰিকাৰ কাব্য সংকলন “মন আৰু হৃদয়ৰ মোহনাত”, স্বপ্না দেৱী শৰ্মাৰ কাব্য সংকলন “সেন্দুৰ”, শিখাঞ্জলী ডেকা বৰ্মনৰ কাব্য সংকলন “মোৰ সাহসী স্বীকাৰোক্তি” আৰু বিনোদ বড়াৰ কাব্য সংকলন “সান্নিধ্যৰ হেঙুলীয়াত হাত থৈ” শীৰ্ষক গ্ৰন্থকেইখন উন্মোচন কৰা হয় ৷

RelatedPosts

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

Guwahati:গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

Puspadevi Jalan Award:পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান অনুষ্ঠান

সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° দয়ানন্দ পাঠকে কয়, ‘কবিতাৰ সংজ্ঞা, মতামত সকলোৰে ভিন্ন হয় । প্ৰকৃততে কবিতা হৃদয়ৰ বস্তু । পঢ়ুৱৈ সমাজে যেনেদৰে অনুভৱ কৰে সিয়েই কবিতাৰ বিষয়বস্তু ।’

তেনেদৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰিয়ে কয়, ‘কবিতাৰ বিষয়বস্তু বিশাল । কবিসকলে তাক মথি আনি ভুৰুকাত ভৰায় । সেয়ে সফল কবিতা এটাই পাঠকৰ মগজুত সুৰ সুৰণি তুলিব পাৰে ।’

সভাত কবি দেৱপ্ৰসাদ তালুকদাৰে ডেনিছ হাজৰিকাৰ কাব্য সংকলন উন্মোচন কৰি তেওঁৰ কাব্য চৰ্চাৰ শলাগ লয় আৰু হাজৰিকাৰ কবিতাৰ প্ৰচুৰ সম্ভাৱনাময় প্ৰতিভাৰ বিষয়ে ফঁহিয়াই কয় । তেনেদৰে কবি, লেখক সমালোচক বিপুল শৰ্মাই শিখাঞ্জলি ডেকা বৰ্মনৰ কাব্য সংকলন উন্মোচন কৰি ভাষণত ফ্ৰয়েডৰ পৰা চিমনদ্য বোভেয়াৰ হৈ অতি সাম্প্রতিক সময়ৰ ভিনচেণ্ট দ্য এডনা মিলেলৈকে বিভিন্ন লেখকৰ যৌনতাৰ বিষয় তেওঁলোকৰ লেখাত কেনেদৰে প্ৰতিফলিত কৰিছে তাক ফঁহিয়াই ব্যাখ্যা কৰে ।

লগতে উন্মোচিত আটাইকেইখন গ্ৰন্থৰ বিষয়েও আলোচনা কৰে । অনুষ্ঠানটোৰ আঁত ধৰে প্ৰকাশক অবিনাশ শৰ্মাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Guwahati Press ClubPratishruti Prakashan
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d