বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ চীনত হ্ৰাস পাইছে বিবাহৰ সংখ্যা

wedding

বিশ্বৰ সবাতােকৈ জনবহুল দেশ চীনত জনসংখ্যা ক্রমে হাস পাবলৈ ধৰিছে। জন্মৰ হাৰ হ্রাসৰ লগতে দেশখনত বিবাহৰ সংখ্যাও সম্প্রতি হ্রাস পাইছে।

চাইনা ষ্টেটিষ্টিকেল ইয়েৰবুক ২০২১ৰ পৰিসংখ্যা অনুসৰি, বিগত সাত বছৰত একেৰাহে চীনত বিবাহ পঞ্জীয়নৰ সংখ্যা হ্রাস পাইছে।

বিগত ১৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীনত পঞ্জীকৃত বিবাহৰ সংখ্যা হ্রাস পাইছে। ২০২১ৰ প্রথম তিনিটা মাহত ৫৮.৭ লাখ চীনা দম্পতীয়ে বিবাহসম্পন্ন কৰিছিল।

চলিত বৰ্ষত চীনত বিবাহ পঞ্জীয়নৰ সংখ্যা যথেষ্ট হ্রাস পাইছে। একে সময়তে দেশখনত জন্মৰ হাৰাে ১৯৭৮ৰ পাছত সর্বনিম্ন হৈছে। যােৱা বছৰত চীনত জন্মৰ হাৰ আছিল ০.৮৫২ শতাংশ।

Exit mobile version