Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

‘কা’ ক’ভিডৰ পাছত পুনৰ ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটন উদ্যোগ

দেশী-বিদেশী পৰ্যটকৰ আগমন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহলৈ

publisher by publisher
November 25, 2021
in Assam, News, Tourism
Reading Time: 1 min read
0
‘কা’ ক’ভিডৰ পাছত পুনৰ ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটন উদ্যোগ
6
SHARES
59
VIEWS
ShareShareShareShare

ক’ভিড সৃষ্ট পৰিৱেশৰ পাছত লাহে লাহে পুনৰ ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটন উদ্যোগটো । অসম তথা উত্তৰ পূৱৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহলৈ দেশৰ বিভিন্ন স্থানৰ পৰা পৰ্যটকৰ সোঁত বৈছে । যাৰ বাবে পৰ্যটন উদ্যোগটোলৈ নতুন আশাৰ সঞ্চাৰ হৈছে ।

ADVERTISEMENT

অসম পৰ্যটন বিভাগ, বন বিভাগ তথা ট্যুৰ অপাৰেটৰ আৰু ট্ৰেভেল এজেঞ্চিয়ে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰাই ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহলৈ পৰ্যটকৰ আগমন হোৱা বুলি জানিবলৈ দিয়ে । ইয়াৰ মাজতে কেইমাহমান ক’ভিডৰ বাবে পৰ্যটকৰ সোঁত থমকি ৰৈছিল যদিও অক্টোবৰ মাহৰ পৰা পুনৰ ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে বুলি সদৰী কৰে ।

RelatedPosts

মানাহত আৰক্ষীৰ সফল অভিযান: অস্ত্ৰ–বিস্ফোৰকসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Rhino:সুদীৰ্ঘ সাত বছৰৰ পাছত আপোন গৃহ কাজিৰঙাৰ সেউজ বনত কানাই-চন্দ্র

Kaziranga:কাজিৰঙাত পৰিভ্ৰমী চৰাই চিকাৰ কৰিবলৈ আহি বন বিভাগৰ জালত ৫ চোৰাং চিকাৰী

অসমৰ অভয়াৰণ্য সমূহলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহিছে বুলি এই সূত্ৰ সমূহে জানিবলৈ দিয়ে । বিশেষকৈ কাজিৰঙাকে ধৰি অন্যান্য পৰ্যটন থলীলৈ আহিছে ২০-৩০ জনীয়া কেইবাটাও পৰ্যটকৰ দল । বন বিভাগৰ পৰা পোৱা তথ্য অনুসৰি এইবেলি বেছি সংখ্যকেই হৈছে ‘ৱাইল্ড লাইফ টুৰিষ্ট’ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৭-১৮ চনত ভাৰতীয় পৰ্যটকৰ সংখ্যা আছিল ১,৭৯,৮৩৯ আৰু বিদেশী পৰ্যটক ৮,৫৩৭ গৰাকী ৷ মুঠ ১,৮৮, ৩৭৬ পৰ্যটকৰ বিপৰীতে কৰ সংগ্ৰহ হৈছে ৫,৬০,৬৬,৭৯৫ টকা। তেনেদৰে ২০১৮-১৯ ত ভাৰতীয় পৰ্যটক আছিল ১,৬৮,৯৭১ আৰু বিদেশী পৰ্যটক ৭,৪৪৩ ৷

মুঠ ১,৭৬,৪১৪ পৰ্যটকৰ বিপৰীতে কৰ সংগ্ৰহ হয় ৪,৮২,৭২,৭৮৯ টকা । ইপিনে ২০১৯-২০ বৰ্ষত ভাৰতীয় পৰ্যটকৰ সংখ্যা ১,৬২,৪১৮ আৰু বিদেশী পৰ্যটক সংখ্যা ১১,৫৯৫ জন । মুঠ পৰ্যটক ১,৭৪,০১৩ৰ বিপৰীতে কৰ সংগ্ৰহ হৈছে ৪,৮২,৫৬,৮৯১ টকা । সেইদৰে ২০২০-২১ত ভাৰতীয় পৰ্যটকৰ সংখ্যা ১,৮১,৮১২ জন আৰু বিদেশী পৰ্যটকৰ সংখ্যা মুঠ ৪৭৯ জন ৷

মুঠ পৰ্যটক ১,৮২,২৯১ গৰাকীৰ বিপৰীতে কৰ সংগ্ৰহ হয় ৩, ৫৪,৩৯,২৭১ টকা। একেধৰণে ২০২১- ২২ বৰ্ষত বৰ্তমানলৈ ভাৰতীয় পৰ্যটক ৬০,০২৩ আৰু বিদেশী পৰ্যটক ২২৭ জন মুঠ ৬০,২৫০ পৰ্যটক অহাৰ লগতে কৰ সংগ্ৰহ হৈছে ১,৩৫,২১,৬৯১ টকা । সেই বৰ্ষত ১,০৬,৬৩,৫০০ । ইয়াৰ বিপৰীতে, ২০১৯-২০ বৰ্ষত মুঠ ৪৫,১৪৩ গৰাকী পৰ্যটক আহিছিল । তাৰ ভিতৰত ৭২১ গৰাকী আছিল বিদেশী পৰ্যটক । সেই বৰ্ষত ১,০২,০১,৯১৭ টকা কৰ সংগ্ৰহ হৈছিল । লক্ষণীয় যে কাজিৰঙা লৈ অক্টোবৰ মাহত আগমন হোৱা মুঠ পৰ্যটকৰ সংখ্যা হৈছে ১৮,৪০৪ জন ।

ইয়াৰে ২৮ গৰাকী বিদেশী পৰ্যটক । ইপিনে মানাহলৈ ২০২০- ২১(অক্টোবৰ-মাৰ্চ) বৰ্ষত মুঠ ৫৫২৭৯ পৰ্যটকৰ ভিতৰত ৭ গৰাকী বিদেশী পৰ্যটক আহিছে । উক্ত তিনি মাহত কৰ সংগ্ৰহ হৈছে ১,২৪,৯৭,২৯০ টকা । বৰ্তমানেও মানাহলৈ বিপুল হাৰত পৰ্যটকৰ সোঁত অব্যাহত আছে । অসম তথা উত্তৰ পূৱৰ পৰ্যটন ক্ষেত্ৰ সমূহলৈ দেশী বিদেশী পৰ্যটকৰ আগ্ৰহ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে নেটৱৰ্ক ট্ৰেভেলচৰ মহাপ্ৰবন্ধক হেমন্ত দাসে ।

ক’ভিডৰ পাছত অসম তথা উত্তৰ পূৱৰ পৰ্যটন থলীসমূহৰ বহু তথ্য বিচাৰি পৰ্যটকে তেওঁলোকৰ ৱেবছাইটত অনুসন্ধান চলায় । সেই অনুসৰি নেটৱৰ্ক ট্ৰেভেলছে পেকেজ দিয়াৰ চেষ্টা কৰিছে যদিও বহু পৰ্যটকক তেওঁলোকে নিৰাশ কৰিব লগা হৈছে বুলি জানিবলৈ দিয়ে । কিয়নো বহু সময়ত পৰ্যটকে বিচৰা ধৰণৰ হোটেল-ল’জ উপলব্ধ নহয় ।

মহাপ্ৰবন্ধক দাসে দৈনিক অগ্ৰদূত’ক এই সন্দৰ্ভত কয় ‘ আমি সুখী যে পুনৰ ৰাজ্যলৈ পৰ্যটক আহিবলৈ লৈছে । ‘কা’ আন্দোলনৰ পিছত ক’ৰণাই সৃষ্টি কৰা পৰিৱেশৰ বাবে যোৱা দুবছৰ পৰ্যটন ক্ষেত্ৰখনত পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছিল । বহু পৰ্যটকে আধাতে উভতি গৈছিল । যোৱা দুটা বছৰত কৰ’নাৰ প্ৰভাৱ আছিল ।

মাজতে পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত পৰ্যটক আহিবলৈ লৈছিল যদিও পুনৰ তলাবন্ধ হয় । যদিও উত্তৰ পূৰ্বাঞ্চল কৰ’নাৰ প্ৰভাৱৰ পৰা কিছু পৰিমানে মুক্ত আছিল কিন্তু বহিঃৰাজ্যত ইয়াৰ প্ৰভাৱ আছিল অতি ভয়াবহ ।

এতিয়া দেশত পৰিবেশ কিছু উন্নত হৈছে । দুৰ্গা পূজাৰ সময়ৰ পৰা পুনৰ পৰ্যটক আহিবলৈ লৈছে । অলপতে কোৰিয়ান এম্বেচি’ৰ পৰা এটা ন জনীয়া দল আহিছিল । তেওঁলোকে পবিতৰাত জীপ চাফাৰী কৰে । ডাম্পিং গ্ৰাউণ্ডত বৰটোকোলা চোৱাৰ লগতে কামাখ্যা মন্দিৰো দৰ্শন কৰে । অক্টোবৰৰ পৰা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । পূৰ্বতে অক্টোবৰত ভাৰতীয় পৰ্যটক আৰু নৱেম্বৰত বিদেশী পৰ্যটক সকলে উত্তৰ-পূৱ চাবলৈ আহিছিল ।

এইবাৰ বিদেশী পৰ্যটকৰ সংখ্যা কম যদিও গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধপ্ৰদেশ আদি ৰাজ্যৰ পৰা দেশীয় পৰ্যটক যথেষ্ঠ পৰিমাণে আহিছে । কাজিৰঙা, মানাহ, পবিতৰা, মাজুলি, অৰুণাচল ,শ্বিলং আদিলৈ যাবলৈ খুব আগ্ৰহ দেখুৱাইছে পৰ্যটক সকলে ।

নৱেম্বৰ মাহত বৰ্তমান পৰ্যন্ত ১০০ ৰো অধিক পৰ্যটক আহিছে । পূৰ্বৰ তুলনাত এইবাৰ ভাৰতীয় পৰ্যটকৰ সংখ্যা বাঢ়িছে ৷ ইয়াৰোপৰি , ডিচেম্বৰত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক বুলিও মন্তব্য কৰে বিষয়া গৰাকীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kaziranga National ParkManas National Park
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d