অনিমেষ ভূঞাঁৰ হত্যাকাণ্ডক গৰিহনা জনাই শোক প্ৰকাশ এবছু সভাপতি দ্বিপেন বড়োৰ

8c5b20c5 0bdf 427d 8d7d 3a4bade84412

এই হত্যাকাণ্ডত জৰিত প্ৰতিগৰাকী দোষীকে কঠোৰ শাস্তি প্ৰদানৰ দাবী এবছু সভাপতিগৰাকীৰ।

অনিমেষৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি এবছু সভাপতি গৰাকীয়ে কয়,”আমি অনিমেষৰ পৰিয়ালৰ লগত আছো।”

দোষীয়ে যাতে সাৰি যাব নোৱাৰে প্ৰশাসনলৈ আহ্বান দ্বিপেন বড়োৰ।

Exit mobile version